ETV Bharat / state

নগাঁৱত যান বাহন শাখাৰ মহিলা আৰক্ষীক সম্বৰ্ধনা আৰক্ষী অধীক্ষকৰ

author img

By

Published : Jul 29, 2020, 10:29 PM IST

কৰ্তব্যৰত যান বাহন শাখাৰ মহিলা আৰক্ষীগৰাকীয়ে আঘাতপ্ৰাপ্ত হৈও সাহসিকতাৰে ই ৰিক্সা চালকজনক যান বাহন আৰক্ষীৰ সংকেত অমান্য কৰাৰ বাবে আটক কৰিছে ৷

যান বাহন শাখাৰ মহিলা আৰক্ষীক সম্বৰ্ধনা আৰক্ষী অধীক্ষকৰ

নগাঁও, 29 জুলাইঃ সাহসীকতাৰ পৰিচয় দিয়া মহিলা আৰক্ষীক বুধবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে নগাঁও আৰক্ষীয়ে ৷ মঙলবাৰে যান বাহন আৰক্ষীৰ সংকেত অমান্য কৰা এজন ই ৰিক্সা চালকক সোধ পোছ কৰিবলৈ যাওতেই যান বাহন শাখাৰ মহিলা আৰক্ষী সাবিত্ৰী পাণ্ডেক নগাঁও চহৰৰ মাজমজিয়াতে আক্ৰমণৰ চেষ্টা চলাইছিল ই-ৰিক্সা চালক এজনে ৷

কৰ্তব্যৰত মহিলা আৰক্ষীগৰাকীয়ে আঘাতপ্ৰাপ্ত হৈও সাহসীকতাৰে ই ৰিক্সা চালকজনক আটক কৰিবলৈ সক্ষম হৈছিল ৷ মঙলবাৰে ই টি ভি ভাৰতত প্ৰকাশ পাইছিল এই বাতৰি ৷ মহিলা কনিষ্টবল গৰাকীৰ এই সাহসিকতাৰ বাবে সাবিত্ৰী পাণ্ডেক সম্বৰ্ধনা জ্ঞাপন কৰে নগাওঁ জিলা আৰক্ষী অধীক্ষক অভিজিত গোড়াৱে ৷

জানিবলৈ চাওকঃ নগাঁৱত কৰ্তব্যৰত মহিলা আৰক্ষীক আক্ৰমণ ই-ৰিক্সা চালকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.