ETV Bharat / state

জুৰীয়াত বনৰীয়া গাহৰিৰ আক্ৰমণত আহত 6জন

author img

By

Published : Jul 24, 2020, 2:21 PM IST

জুৰীয়াত বনৰীয়া গাহৰিৰ সন্ত্ৰাস । গাহৰিৰ আক্ৰমণত আহত হয় 6 জনকৈ লোক । আহত লোককেইজনক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি ৷

Wild pig attack at Juria
জুৰীয়াত বনৰীয়া গাহৰিৰ আক্ৰমণ

নগাঁও, 24 জুলাই : ৰাজ্যৰ শেহতীয়া প্ৰলয়ংকাৰী বানত দিক-বিদিক হেৰুৱাই বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বিভিন্ন বন্যপ্ৰাণী । শুকুৰবাৰে লাওখোৱা, বুঢ়াচাপৰি অভয়ৰণ্যৰ পৰা ওলাই অহা এটা গাহৰিয়ে সন্ত্ৰাস চলায় জুৰীয়াৰ বৰালিমাৰী অঞ্চলত ৷

জুৰীয়াত বনৰীয়া গাহৰিৰ আক্ৰমণ

উল্লেখ্য যে, পুৱাৰ ভাগত বনৰীয়া গাহৰিটোৱে অঞ্চলটোৰ দুটা পৰিয়ালৰ বাসগৃহত প্ৰৱেশ কৰি পৰিয়ালৰ সদস্যৰ ওপৰত আক্ৰমণ চলায় । গাহৰিৰ আক্ৰমণত গুৰুতভাৱে আহত হয় মোজাহিৰুল ইছলাম, আছাদুল ইছলাম, ছকত আলীসহ 6 জনকৈ লোক । আহত কেইজনক সংকটজনক অৱস্থাত নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : দুৰ্নীতিৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ চিঠি জ্যেষ্ঠ বিজেপি নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.