ETV Bharat / state

কলিয়াবৰত বন‍্যহস্তীৰ সন্ত্ৰাস - কামাখ্যা সংৰক্ষিত বনাঞ্চল

বুধবাৰে কাহিলি পুৱাত এটা বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰে কলিয়াবৰৰ দেউৰী চিলাবন্ধা গাঁৱৰ চাৰিটাকৈ বাসগৃহ। বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে পকীঘৰৰ বেৰ ভাঙি পেলোৱাৰ ফলত নষ্ট হয় বহু মূল্যৱান আচবাব,সা-সামগ্ৰী।

কলিয়াবৰত বন‍্যহস্তীৰ সন্ত্ৰাস
কলিয়াবৰত বন‍্যহস্তীৰ সন্ত্ৰাস
author img

By

Published : Jan 8, 2020, 3:46 PM IST

নগাঁও,8 জানুৱাৰীঃ কলিয়াবৰত বন‍্যহস্তীৰ সন্ত্ৰাসত ত্ৰস্তমান স্থানীয় ৰাইজ ৷ ভাঙিলে চাৰিটাকৈ বাসগৃহ,খালে ভঁৰালৰ ধান ৷ সমগ্ৰ ৰাজ্যত বন‍্যহস্তীৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে বুধবাৰে নিশা বন্যহস্তীৰ তাণ্ডৱত ত্ৰাহি মধুসূদন সোঁৱৰিলে কলিয়াবৰৰ এটা অঞ্চলৰ ৰাইজে ৷ বুধবাৰে কাহিলি পুৱাত এটা বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰে কলিয়াবৰৰ দেউৰী চিলাবন্ধা গাঁৱৰ চাৰিটাকৈ বাসগৃহ। খাদ্যৰ সন্ধানত কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে বিস্তৰ ক্ষতিসাধন কৰে গাঁওখনৰ চাৰিটাকৈ পৰিয়ালৰ বাসগৃহৰ। গাঁওখনৰ হেমকান্ত নাথ,পুনিৰাম নাথ, ৰাজু নাথ আৰু দেৱ বৰাৰ বাসগৃহত উপদ্ৰৱ চলাই বন্যহস্তীটোৱে।

WILD ELEPHANT TERROR IN NAGAON KALIABOR ASSAM ETV BHARAT
হাতীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে কলিয়াবৰৰ দেউৰী চিলাবন্ধা গাঁৱৰ চাৰিটাকৈ বাসগৃহ
কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা হাতীটোৱে পকীঘৰৰ বেৰ ভাঙি পেলোৱাৰ ফলত নষ্ট হয় বহু মূল্যৱান আচবাব,সা-সামগ্ৰী। ঘৰত মজুত কৰি থোৱা ধান খাবলৈ গৈ হাতীটোৱে পকীঘৰৰ বেৰ ভাঙি উপদ্ৰৱ চলাই এজন কৃষকৰ বাসগৃহত। লোকজনৰ ঘৰৰ টিভি,আলমিৰা,টেবুল ফেনৰ লগতে আন ভালেমান আচবাবো ভাঙি নষ্ট কৰে বন্যহস্তীয়ে।
কলিয়াবৰত বন‍্যহস্তীৰ সন্ত্ৰাস

লগতে চাওকঃবিজু গগৈৰ পাচত আলফাত যোগদান চাবুৱাৰ যুৱকৰ

Intro:কলিয়াবৰত বন‍্যহস্তীৰ সন্ত্ৰাস

ভাঙিলে চাৰিটাকৈ বাসগৃহ, খালে ভঁৰালৰ ধানBody:সমগ্ৰ ৰাজ্যত অব্যাহত আছে বন‍্যহস্তীৰ সন্ত্ৰাস। আকৌ বন্যহস্তীৰ সন্ত্ৰাসৰ কৱলত কলিয়াবৰৰ এখন গাঁও। কলিয়াবৰত বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰে চাৰিটাকৈ বাসগৃহ। বুধবাৰে কাহিলি পুৱাত এটা বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰে কলিয়াবৰৰ দেউৰী চিলাবন্ধা গাঁৱৰ চাৰিটাকৈ বাসগৃহ। খাদ্যৰ সন্ধানত কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে বিস্তৰ ক্ষতিসাধন কৰে গাঁওখনৰ চাৰিটাকৈ পৰিয়ালৰ বাসগৃহৰ। গাঁওখনৰ হেমকান্ত নাথ, পুনিৰাম নাথ, ৰাজু নাথ আৰু দেৱ বৰাৰ বাসগৃহত উপদ্ৰৱ চলাই বন্যহস্তীটোৱে।
পকীঘৰৰ বেৰ ভাঙি পেলোৱাৰ ফলত নষ্ট হয় বহু মূল্যৱান আচবাব, সা-সামগ্ৰী। ঘৰত মজুত কৰি থোৱা ধান হাতীটোৱে পকীঘৰৰ বেৰ ভাঙি এইদৰে উপদ্ৰৱ চলাই এজন কৃষকৰ বাসগৃহত। লোকজনৰ ঘৰৰ টিভি, আলমিৰা, টেবুল ফেনৰ লগতে আন ভালেমান আচবাব ভাঙি নষ্ট কৰে বন্যহস্তীয়ে। বন্যহস্তীৰ পৰা সাধাৰণ জনতাক সুৰক্ষা দিয়াত ব্যৰ্থ বন বিভাগক ধিক্কাৰ দিয়ে স্থানীয় লোকে।Conclusion:Visuals
Bite
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.