নগাঁও,21 আগষ্টঃ দুটাকৈ বন্যহস্তীৰ মুক্ত বিচৰণক লৈ আতংক নগাঁৱৰ মৰঙিয়ালত ।বুধবাৰে পুৱাৰ পৰাই অঞ্চলটোত বিচৰণ কৰি ফুৰিছে দুটাকৈ বনৰীয়া হাতীয়ে ৷ বনাঞ্চল এৰি এতিয়া হাতী প্ৰৱেশ কৰিছে জনবসতি অঞ্চলত ৷ খাদ্যৰ সন্ধানত ওলাই অহা হাতী দুটা বৰ্তমান অৱস্থান কৰি আছে মৰঙিয়ালৰ নেমু খেতিত । অৱশ্যে এই পৰ্যন্ত কোনো অনিষ্ট সাধন কৰা নাই হাতী দুটাই । সম্প্ৰতি অঞ্চলটোত সষ্টম হৈ আছে আৰক্ষী আৰু বন বিভাগৰ লোক ।
নগাঁৱত বন্যহস্তীৰ আতংক - বন্যহস্তীৰ মুক্ত বিচৰণ
নগাঁৱৰ মৰঙিয়ালত মুক্ত বিচৰণ দুটাকৈ বনৰীয়া হাতীৰ ৷ আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী ৷
নগাঁৱত বন্য হস্তীৰ আতংক
নগাঁও,21 আগষ্টঃ দুটাকৈ বন্যহস্তীৰ মুক্ত বিচৰণক লৈ আতংক নগাঁৱৰ মৰঙিয়ালত ।বুধবাৰে পুৱাৰ পৰাই অঞ্চলটোত বিচৰণ কৰি ফুৰিছে দুটাকৈ বনৰীয়া হাতীয়ে ৷ বনাঞ্চল এৰি এতিয়া হাতী প্ৰৱেশ কৰিছে জনবসতি অঞ্চলত ৷ খাদ্যৰ সন্ধানত ওলাই অহা হাতী দুটা বৰ্তমান অৱস্থান কৰি আছে মৰঙিয়ালৰ নেমু খেতিত । অৱশ্যে এই পৰ্যন্ত কোনো অনিষ্ট সাধন কৰা নাই হাতী দুটাই । সম্প্ৰতি অঞ্চলটোত সষ্টম হৈ আছে আৰক্ষী আৰু বন বিভাগৰ লোক ।
Intro:বন্যহস্তীৰ মুক্ত বিচৰণক লৈ আতংক। নগাঁৱৰ মৰঙিয়ালত মুক্ত বিচৰণ দুটাকৈ বনৰীয়া হাতীৰ।
Body:দুটাকৈ বন্যহস্তীৰ মুক্ত বিচৰণক লৈ আতংক নগাঁৱৰ মৰঙিয়ালত। পুৱাৰ পৰাই অঞ্চলটোত বিচৰণ কৰি ফুৰিছে দুটাকৈ বনৰীয়া হাতী। বনাঞ্চল এৰি এতিয়া হাতী চহৰ অঞ্চলত প্ৰৱেশ বনৰীয়া হাতীৰ। খাদ্যৰ সন্ধানত ওলাই অহা হাতী দুটা বৰ্তমান অৱস্থান কৰি আছে মৰঙিয়ালৰ নেমু খেতিত। এই পৰ্য্যন্ত কোনো অনিষ্ট সাধন কৰা নাই হাতী দুটাই। অঞ্চলটোত সষ্টম হৈ আছে বন বিভাগৰ লোক, আৰক্ষী। কঠীয়াতলীৰ পৰা হাতী দুটা ওলাই অহাৰ সন্দেহ কৰা হৈছে।
bite-
---------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
২১-৮-১৯
Conclusion: