ETV Bharat / state

চুৰি গাড়ীত চৰকাৰী বিভাগৰ ফলকঃ এজনক আটক - kaliabar police recovered a tata somo in kaliabar tiniali

গাড়ী চোৰৰ নতুন কৌশল ৷ গাড়ীত চৰকাৰী বিভাগৰ ফলক ৷ আৰক্ষীৰ নিয়মীয়া তালাচীত দুই গাড়ী চোৰ আটক ৷

চৰকাৰী বিভাগৰ ফলক লগোৱা বাহনসহ চোৰ আটক
author img

By

Published : Nov 7, 2019, 2:35 PM IST

কলিয়াবৰ, 7 নৱেম্বৰঃ কলিয়াবৰত মাৰাথন দৌৰ প্ৰতিযোগিতাৰ সময়ত কৰ্তব্যৰত আৰক্ষীৰ জালত পৰিল গাড়ী চুৰি চক্ৰ । বৃহস্পতিবাৰে পুৱা কৰ্তব্যৰত কলিয়াবৰ আৰক্ষীয়ে বৰভগীয়া চাৰিআলিৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা তালাচী কালত চুৰি গাড়ীৰে সৈতে আটক কৰিবলৈ সক্ষম হয় এটা চোৰক । জব্দকৃত AS-01BS-4607 নম্বৰৰ টাটা চুমু গাড়ীখন গুৱাহাটীৰ পৰা চুৰি কৰি অনা বুলি প্ৰাথমিক তদন্তত প্ৰকাশ কৰে আৰক্ষীয়ে ।

চুৰি গাড়ীত চৰকাৰী বিভাগৰ ফলক

উল্লেখ্য যে, অসম চৰকাৰৰ "Dept. Legal Metrology" বুলি লিখা আছে AS-01-BS-4607 নম্বৰৰ টাটা চুমু গাড়ীখনত। ধৃত গাড়ী চোৰটোৰ নাম চম্পক শৰ্মা। ধৃত চম্পকৰ ঘৰ নলবাৰীত । চম্পকৰ আনজন সহযোগী তালাচীৰ সময়ত পলায়ন কৰে যদিও কলিয়াবৰ আৰক্ষীয়ে পলায়ন কৰা চোৰজনৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে।
লগতে পঢ়কঃপ্লাষ্টিকমুক্ত ভাৰতঃ ETV BHARATৰ স'তে সহযোগিতা উদ্ভাৱক উদ্ধৱ ভৰালীৰ

Intro:গাড়ী চোৰৰ নতুন কৌশল

গাড়ীত চৰকাৰী বিভাগৰ ফলক

দুই গাড়ী চোৰৰ আটক এক, পলাতক একBody:মাৰাথন দৌৰ প্ৰতিযোগিতাৰ সময়ত কৰ্তব‍্যৰত আৰক্ষীৰ জালত পৰে গাড়ী চোৰ।
বৃহস্পতিবাৰে পুৱা কৰ্তব‍্যৰত কলিয়াবৰ আৰক্ষীয়ে বৰভগীয়া চাৰিআলিৰ সাত্ৰিশ নম্বৰ ঘাইপথত চলোৱা তালাচী কালত চুৰ গাড়ীৰে সৈতে আটক কৰিবলৈ সক্ষম হয় এজনক। জব্দ কৰা AS-01-BS-4607 নম্বৰৰ টাটা চুমু গাড়ীখন গুৱাহাটীৰ পৰা চুৰি কৰি অনা বুলি প্ৰাথমিক তদন্তত প্ৰকাশ কৰে আৰক্ষীয়ে।
উল্লেখযোগ্য যে, অসম চৰকাৰৰ Dept. Legal Metrology বুলি লিখা আছে AS-01-BS-4607 নম্বৰৰ টাটা চুমু গাড়ীখনত। ধৃত গাড়ীচোৰটোৰ নাম চম্পক শৰ্মা। ধৃত চম্পকৰ ঘৰ নলবাৰীত। চম্পকৰ আনজন সহযোগী তালাচীৰ সময়ত পলায়ন কৰে যদিও কলিয়াবৰ আৰক্ষীয়ে পলায়ন কৰাজনৰ সন্ধানত অব্যাহত ৰাখিছে অনুসন্ধান।
Conclusion:visuals
bite Inspector, valuable ps
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.