ETV Bharat / state

চৰকাৰী সাহাৰ্য বিতৰণত অনিয়ম সংঘটিত কৰি নিলম্বিত দুই পঞ্চায়ত সচিব - চৰকাৰী সাহাৰ্য বিতৰণত অনিয়ম সংঘটিত কৰি নিলম্বিত দুই পঞ্চায়ত সচিব

নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক প্ৰদান কৰা নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰৰ ভিতৰতে তদন্তৰ প্ৰতিবেদন অনুসৰি সংশ্লিষ্ট উন্নয়ণ খণ্ডটোৰ বিষয়া মইনুল হক চৌধুৰীক কৈফিয়ৎ তলব কৰে।

নিলম্বিত দুই পঞ্চায়ত সচিব
নিলম্বিত দুই পঞ্চায়ত সচিব
author img

By

Published : Apr 9, 2020, 10:48 AM IST

নগাঁও, 9 এপ্ৰিল : নগাঁও জিলাৰ জুৰীয়া উন্নয়ণ খণ্ড বিষয়া কাৰ্যালয়ৰ অধীনৰ হিতাধিকাৰী নিৰ্বাচনত অনিয়ম সংঘটিত হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দ'লে উক্ত ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়ে ।

নিলম্বিত দুই পঞ্চায়ত সচিব

নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক প্ৰদান কৰা নিৰ্দেশ মৰ্মে বৃহস্পতিবাৰৰ ভিতৰতে তদন্তৰ প্ৰতিবেদন অনুসৰি সংশ্লিষ্ট উন্নয়ণ খণ্ডটোৰ বিষয়া মইনুল হক চৌধুৰীক কৈফিয়ৎ তলব কৰে। তদুপৰি উন্নয়ণ খণ্ডটোৰ অধীনস্থ কছাৰীগাঁও পঞ্চায়ত আৰু গদাইমাৰী গাঁও পঞ্চায়তৰ সচিব ক্ৰমে আছাদুজ জামান আৰু পম্পী ডেকাক বিভাগটোৰ আয়ুক্ত গৰাকীয়ে তৎকালে বলবৎ হোৱাকৈ নিলম্বনৰ নিৰ্দেশ দিয়ে ।

লগতে পঢ়কঃ লক ডাউনঃ এইবাৰ ৰঙালীয়ে ৰং সানিব নোৱাৰে শিল্পীৰ জীৱনত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.