ETV Bharat / state

HSLC Exam result 2022: নৱম আৰু দশম স্থান দখল ধিঙৰ দুগৰাকীকৈ ছাত্ৰীৰ

author img

By

Published : Jun 7, 2022, 6:21 PM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলিল ধিং ৷ ধিঙৰ দুগৰাকীকৈ পৰীক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰিবলৈ সক্ষম হয় ৷

HSLC position from Dhing
নৱম আৰু দশম স্থান দখল ধিঙৰ দুগৰাকীকৈ ছাত্ৰীৰ

নগাঁও, 7 জুন: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল(HSLC Exam result 2022 ) ঘোষণা হোৱাৰ লগে লগে ধিঙত এক উৎসৱমুখৰ পৰিৱেশ দেখা যায় । এইবাৰ ধিং খ্ৰীষ্ট জ্যোতি স্কুলৰ দুগৰাকীকৈ ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে । বিদ্যালয়খনৰ সৃষ্টিনন্দা কাশ্যপে 589 নম্বৰেৰে নৱম স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে একেখন বিদ্যালয়ৰ উদিতি দাসে 588 নম্বৰ লাভ কৰি দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে (HSLC position from Dhing)।

উল্লেখ্য যে, সৃষ্টিনন্দা কাশ্যপৰ পিতৃ নগাঁও কমাৰ্চ কলেজৰ অধ্যক্ষ মৃগাংক শইকীয়া আৰু মাতৃ ৰুনজুন বৰা । আনহাতে উদিতি দাসৰ পিতৃ উজ্জ্বয়ন্ত দাস ধিং মহাবিদ্যালয়ৰ প্ৰৱক্তা আৰু মাতৃ বিপাশা দাস ৷

লগতে পঢ়ক: HSLC result 2022 : শীৰ্ষ দহটা স্থান দখল 55 গৰাকী শিক্ষাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.