- বৰ্তমানেও ৰাজ্যত অব্যাহত আছে মাটি-বাৰীৰ নথিৰ জালিয়াতি (Forging documents in Kaliabor)
- এটা বৃহৎ চক্ৰই অব্যাহত ৰাখিছে মাটি-বাৰীৰ নথিৰ জালিয়াতিৰ এই ভয়াৱহ কাৰ্য
- এনে অসাধু চক্ৰৰ বিৰুদ্ধে কলিয়াবৰ আৰক্ষীৰ অভিযান
- আৰক্ষীৰ অভিযানত আটক জালিয়াতি চক্ৰৰ লগত জড়িত দুজন লোক
- ধৃত লোক দুজন ক্ৰমে আব্দুল মান্নান আৰু ৰফিকুল ইছলাম
- খাজনাৰ ৰচিদ জালিয়াতিৰ লগত জড়িত থকাৰ কথা স্বীকাৰ দুই অভিযুক্তৰ
- অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত
নথি পত্ৰ জালিয়াতিৰ অভিযোগত আটক দুজন - মাটি বাৰীৰ নথি পত্ৰৰ জালিয়াতি
ৰাজ্যত বৰ্তমানেও অব্যাহত আছে মাটি-বাৰীৰ নথি-পত্ৰৰ জালিয়াতি ৷ কলিয়াবৰ আৰক্ষীৰ অভিযানত মাটি-বাৰীৰ নথি-পত্ৰ জালিয়াতিৰ লগত জড়িত থকাৰ অভিযোগত আটক দুই অভিযুক্তক ৷

নথি পত্ৰ জালিয়াতিৰ অভিযোগত আটক দুজন