ETV Bharat / state

কাজিৰঙাত আজিও অৱ্যাহত টাইম কাৰ্ডৰ ব্যৱস্থা

বানৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰৰ পৰা জীৱ জন্তু সমূহে নিৰাপদ স্থান বিচাৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি ঢাপলি মেলে কাৰ্বি পাহাৰৰ দিশে । এই সময়ছোৱাত যাতে কোনো ধৰণৰ জীৱ-জন্তু দুৰ্ঘটনাত পতিত নহয় তাৰ পতি লক্ষ্য গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা ৷

কাজিৰঙাত আজিও অৱ্যাহত টাইম কাৰ্ডৰ ব্যৱস্থা
কাজিৰঙাত আজিও অৱ্যাহত টাইম কাৰ্ডৰ ব্যৱস্থা
author img

By

Published : Aug 31, 2021, 9:10 PM IST

কলিয়াবৰ, 31 আগষ্ট : দেওবাৰৰ নিশাৰ পৰা পুনৰ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে প্লাৱিত হৈ পৰিছে কাজিৰঙাৰ বিস্তৃৰ্ণ অঞ্চল ৷ কলিয়াবৰৰ ৰাঙলুত দ্বিতীয় দিনাও অৱ্যাহত আছে কাজিৰঙাৰ টাইম কাৰ্ড প্ৰদানৰ ব্যৱস্থা ৷

কাজিৰঙাত আজিও অৱ্যাহত টাইম কাৰ্ডৰ ব্যৱস্থা

উল্লেখযোগ্য যে, বানৰ সময়ছোৱাত উদ্যান খনৰ ভিতৰৰ পৰা জীৱ জন্তু সমূহে নিৰাপদ স্থান বিচাৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি ঢাপলি মেলে কাৰ্বি পাহাৰৰ দিশে । বানৰ সময়ত কাজিৰঙাৰ জীৱ-জন্তু সমূহ যাতে কোনো কাৰণত দুৰ্ঘটনাত পতিত নহয় তাৰ পতি লক্ষ্য ৰাখি দ্বিতীয় দিনাও বনবিভাগে টাইম কাৰ্ডৰ ব্যৱস্থা অৱ্যাহত ৰাখিছে প্ৰশাসনে ।

লগতে পঢ়কঃ কুখ্যাত ডকাইত কিতাব আলীক গ্ৰেপ্তাৰ; ৰহস্য হৈ পৰিছে এটা বিশেষ পিস্তল !

ইপিনে দেওবাৰে হঠাৎ টাইম কাৰ্ড প্ৰদান আৰম্ভ কৰাত বিপদত পৰিছিল বহু যাত্ৰী । ব্যাপক যানজঁটৰ সৃষ্টি হৈছিল কলিয়াবৰৰ ৰাঙলুত । ঘন্টাজুৰি আৱদ্ধ হ'ব লগা হৈছিল পথতে যাত্ৰী । দেওবাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত বহু লোক গাড়ী লৈ ওলায় আহিছিল ।

যাৰ বাবে নিয়ন্ত্ৰণহীন এক পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও পৰৱৰ্তী সময়ত স্বাভাৱিক হৈ পৰিছিল পৰিস্থিতি । উল্লেখ্য যে, টাইম কাৰ্ডৰ জৰিয়তে গাড়ীৰ চালক সকলে ৪০ কিলোমিটাৰতকৈ অধিক বেগত গাড়ী চলালে ৫০০০ হাজাৰ পৰ্যন্ত জৰিমনা ভৰিব লাগিব বুলি সদৰি কৰিছে প্ৰশাসনে ।
লগতে পঢ়কঃ শিলচৰ বিমান বন্দৰত কৰ্তব্যৰত লোকক আক্ৰমণ; আটক কায়ুম আলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.