ETV Bharat / state

নগাঁৱত জব্দ লক্ষাধিক টকাৰ চোৰাং কাঠ !

author img

By

Published : Jun 5, 2020, 3:06 AM IST

নগাঁৱত বন বিভাগৰ অভিযান । বৃহৎ পৰিমাণৰ মাকৈ শাল জব্দ ।

timber seized
timber seized

নগাঁও, 4 জুন : ৰাজ্যত অব্যাহত আছে মূল্যৱান কাঠৰ চোৰাং বেহা। বন বিভাগৰ চকুত ধূলি দি চোৰাং কাঠ বেপাৰীয়ে বনাঞ্চল ধ্বংস কৰি ট্ৰাকে ট্ৰাকে সৰবৰাহ কৰি আছে মূল্যবান গছৰ কুণ্ডা । বিশ্ব পৰিবেশ দিৱসৰ প্ৰাক মূহুৰ্তত বুধবাৰে নগাঁৱৰ বন বিভাগৰ সুৰক্ষা গোটে বালিজুৰিত অভিযান চলাই AS02 AC 0602 নম্বৰৰ এখন মাকৰী শাল ভৰ্ত্তি মিনি ট্ৰাক জব্দ কৰে । জব্দকৃত কাঠখিনিৰ মূল্য হৈছে প্ৰায় এক লাখ টকা।

নগাঁৱত জব্দ লক্ষাধিক টকাৰ অবৈধ কাঠ !
লগতে পঢ়ক : গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰাবাসৰ 13 জনৰ দেহত COVID-19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.