ETV Bharat / state

কা আন্দোলনত জড়িত হোৱাৰ অভিযোগত নগাঁৱৰ তিনি শিক্ষকক নিলম্বন

author img

By

Published : Jun 13, 2020, 1:04 PM IST

এই ঘটনা পোৰহলৈ অহাৰ পাছতেই সমগ্ৰ ৰূপহীহাট অঞ্চলত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

Three teacher suspended at Nagaon for allegedly attending anti CAA movement
কা আন্দোলনত জড়িত হোৱাৰ অভিযোগত নগাঁৱৰ তিনি শিক্ষকক নিলম্বন

নগাঁও, 13 জুন: মহামাৰী কৰ'ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে নগাঁৱত শিক্ষা বিভাগৰ টোগলকী কাণ্ড ৷ কা' বিৰোধী আন্দোলনত জড়িত হোৱাৰ অভিযোগত কৰ'ণা সৃষ্ট পৰিবেশৰ মাজতে তিনিজনকৈ শিক্ষকলৈ নিলম্বন পত্ৰ প্ৰেৰণ কৰিছে বিদ্যালয়সমূহৰ পৰিদর্শকে ৷ এই ঘটনা পোৰহলৈ অহাৰ পাছতেই সমগ্ৰ ৰূপহীহাট অঞ্চলত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

উল্লেখ্য যে, কা বিৰোধী আন্দোলনক সমৰ্থন কৰি ছাত্ৰ ছাত্ৰীৰ স্বাক্ষৰ গ্ৰহণ কৰাৰ অভিযোগত ৰূপহীহাটৰ ফুটলজাৰ হাইমাদ্ৰাছাৰ শিক্ষক হাফিজুৰ ৰহমান আনচাৰি, জয়নাল আবেদিন আৰু ৰফিকুক ইছলামলৈ নামৰ শিক্ষক তিনিজনক তৎকালে বলৱৎ হোৱাকৈ নিলম্বন কৰে জিলা বিদ্যালয়সমূহৰ পৰিদর্শকে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদর্শক গৰাকীয়ে শিক্ষক তিনিজনৰ বিৰুদ্ধে বিভিন্ন হাৰাশাস্তি মূলক পদক্ষেপ গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি খুৰ্ছেদ আলমে ৷ এইয়া মনেসজা অভিযোগ বুলি মন্তব্য কৰিছে শিক্ষক কেইজনে ৷ ইয়াৰ উচিত বিচাৰ নহলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীয়ে ৷

লগতে পঢ়কঃ লকডাউনৰ মাজতে পৰীক্ষা পাতি বিপদত এখন কলেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.