ETV Bharat / state

মন্দিৰত চুৰি কৰিবলৈ গৈ ৰাইজৰ ৰোষত চোৰ

author img

By

Published : Aug 24, 2019, 5:53 PM IST

মন্দিৰত চুৰিৰ চেষ্টা কৰি ৰাইজৰ লপা থপা খালে গভাইত চোৰে

পুনৰ চোৰ সোমাল মন্দিৰত

নগাঁও,24 আগষ্টঃ:পুনৰ মন্দিৰত চুৰিৰ ঘটনা। নগাঁৱৰ ডিমৰুগুৰিৰ শিৱ মন্দিৰত চুৰিৰ চেষ্টা চলাই ৰাইজৰ ৰোষত এটা গভাইত চোৰ। ধৃত চোৰটোৰ নাম বাবু হুছেইন। মন্দিৰৰ টিন খুলি ভিতৰত প্ৰৱেশৰ চেষ্টা কৰোঁতেই ৰাইজে হাতে-লোটে আটক কৰে চোৰটোক। পিছত ৰাইজে উত্তম মাধ্যম সোধোৱাৰ লগতে চোৰটোক কাণত ধৰাই আঠু কঢ়াই থয় ৷

Intro:মন্দিৰত চুৰিৰ চেষ্টা কৰি ৰাইজৰ লপা থপাৰ সন্মুখীন গভাইত চোৰ।
Body:পুনৰ মন্দিৰত চুৰিৰ ঘটনা। নগাঁৱৰ ডিমৰুগুৰিৰ শিৱ মন্দিৰত চুৰিৰ চেষ্টা চলাই ৰাইজৰ লপা থপাৰ সন্মুখীন এটা গভাইত চোৰ। ধৃত চোৰটো বাবু হুছেইন। মন্দিৰৰ টিন খুলি ভিতৰত প্ৰবেশৰ চেষ্টা কৰোতেই ৰাইজে হাতে লুটে আটক কৰে চোৰটোক। ৰাইজে উত্তম মাধ্যম সোধাই চোৰটোক। লগতে কাণত ধৰাই আঁঠু কঢ়াই চোৰটোক।
_________________________________
ৰকিবুল ওৱাহিদ, নগাওঁ
24-8-19Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.