ETV Bharat / state

বটদ্ৰৱাত দিন-দুপৰতে চোৰৰ লুটপাত

author img

By

Published : Jul 25, 2019, 1:50 AM IST

গৃহস্থ নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে মূল্যৱান সা-সম্পত্তি

বটদ্ৰৱাত দিন-দুপৰতে চোৰৰ লুটপাত

বটদ্ৰৱা,25 জুলাইঃ বটদ্ৰৱাৰ ৰাইদঙীয়া চুৰিকাণ্ড ৷ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়াৰ ৰজাগাঁৱৰ গুন ৰাজা নামৰ ব্যক্তি জনৰ ঘৰৰ সকলো সদস্য কৰ্মসূত্ৰে ঘৰৰ বাহিৰত থকা সুযোগ লৈ দিন দুপৰতে চোৰে প্ৰৱেশ কৰিলে ঘৰত ৷ ঘৰটোৰ পৰা চুৰে লুটি নিলে এটা দামী টেলিভিচন চেট, এটা এল পি জি ষ্ট’ভ আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰ ৷ ইয়াৰোপৰি, আলমিৰা ভাঙি সোণৰ কাণ ফুলি আৰু নগদ ধন লৈ উধাও হয় চোৰ ৷ সন্ধিয়া কৰ্মস্থলীৰ পৰা উভতি আহি চুৰিকাণ্ডৰ বিষয়ে অৱগত হয় গৃহস্থ ৷ চুৰিকাণ্ডৰ বিষয়ে জানিব পাৰি আৰক্ষীক খবৰ দিয়ে পৰিয়ালৰ লোকে ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গতানুগতিকভাবে প্ৰাথমিক তদন্ত চলাই চোৰৰ সন্ধানত অভিযানত নামি পৰিছে যদিও চোৰৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

বটদ্ৰৱাত দিন-দুপৰতে চোৰৰ লুটপাত

উল্লেখ্য যে,জাজৰি আৰক্ষীৰ চূড়ান্ত গাফিলতি আৰু অমনোযোগিতাৰ বাবে বিগত কেইমাহমানৰ পৰা বৃহত্তৰ ৰাইদঙীয়া অঞ্চলত অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে ৷ যোৱা শনিবাৰে নিশা এটা ড্ৰাগছ আসক্ত জুৱাৰীৰ চোকা অস্ত্ৰৰ আক্ৰমণত এজন যুৱক গুৰুত্বৰভাবে আহত হোৱাৰ বিপৰীতে দেওবাৰে দিনৰ পোহৰতে অঞ্চলটোৰ আইভেটিৰ এঘৰ মানুহৰ ঘৰত তিনিজনীয়া দুৰ্বৃত্তৰ দলে সপ্তম শ্ৰেণীত অধ্যয়নৰত এটা কিশোৰক মাৰধৰ কৰি গ্লাচৰ টুকুৰা পানীত মিহলাই খুৱাই আহত কৰিছিল ৷

Intro:বটদ্ৰৱাৰ ৰাইদঙীয়াত দিন দুপৰতে চুৰিকাণ্ড। লুটি নিলে মূল্যৱান সা-সম্পত্তি ।Body: অপৰাধীৰ ৰম্যভূমিত পৰিনত হৈ পৰিছে নগাঁও জিলাৰ পশ্চিমাঞ্চল । বিগত সময়ছোৱাত ধাৰাবাহিকভাবে সংঘটিতহৈ থকা চুৰি, ডকাইতি, অপহৰণ, হত্যা, মাৰপিট, ধৰ্ষণ আদি ঘটনাই সৰ্বসাধাৰণ ৰাইজক ত্ৰাসিত কৰি ৰখাৰ সময়তে বটদ্ৰৱাৰ ৰাইদঙীয়াত বুধবাৰে দিন দুপৰতে এটি চুৰিকাণ্ড সংঘটিত হয়। জিলাখনৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদঙীয়াৰ ৰজাগাঁও গুন ৰাজা নামৰ ব্যক্তি জনৰ ঘৰৰ সকলো সদস্য কৰ্মসূত্ৰে ঘৰৰ বাহিৰত থকা সুযোগ লৈ দিন দুপৰতে চোৰে লোকজনৰ ঘৰত প্ৰবেশ কৰি চলাই লুটপাত । চোৰে লোকজনৰ ঘৰৰ পৰা এটি দামী টেলিভিচন চেট, এটা এল পি জি ষ্ট’ভ আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ওপৰিও শোৱনি কোঠাত থকা লোৰ আলমিৰা ভাগি সোনৰ ফুলি আৰু নগদ কেইহাজাৰ মান টকালৈ উধাও হয়। পিছত সন্ধিয়া পৰিয়ালটো কৰ্মস্থলীৰ পৰা ঘুৰি আহি ঘৰত উপস্থিত হৈ চুৰিকাণ্ডৰ বিষয়ে জানিব পাৰি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গতানুগতিকভাবে প্ৰাথমিক তদন্ত চলাই চোৰৰ সন্ধানত অভিযানত নামি পৰিছে যদিও চোৰৰ কোনো সম্ভেদ বাহিৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ উল্লেখ্য যে জাজৰি আৰক্ষীৰ চূড়ান্ত গাফিলতি আৰু অমনোযোগিতাৰ বাবে বিগত কেইমাহমানৰ পৰা বৃহত্তৰ ৰাইদঙীয়া অঞ্চলত অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ৷ যোৱা শনিবাৰে নিশা এটা ড্ৰাগছ আসক্ত জুৱাৰীৰ চোকা অস্ত্ৰৰ আক্ৰমণ এজন যুৱক গুৰুত্বৰভাবে আহত হোৱাৰ বিপৰীতে দেওঁবাৰে দিনৰ পোহৰতে অঞ্চলটোৰ আইভেটিৰ এঘৰ মানুহৰ ঘৰত তিনিজনীয়া দুৰ্বৃত্তৰ দলে এটি সপ্তম মানত অধ্যয়নৰত কিশোৰক মাৰধৰ কৰি গ্লাচৰ টুকুৰা পানীত মিহলাই খুৱাই আহত কৰিছিল ৷__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.