ETV Bharat / state

দ্য চিবুকৰ নান্দনিক সৌন্দৰ্য...

author img

By

Published : Oct 5, 2020, 10:42 AM IST

প্ৰকৃতি সংৰক্ষণ, বহনক্ষম পৰ্য‍টন আৰু দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত আৰু সজাগ কৰাৰ উদ্দেশ‍্যে আৰম্ভ কৰা মেলেং যাত্ৰাৰ আজি ষষ্ঠ দিন ৷ মাজুলীৰ কাৰ্তিক চাপৰিৰ পৰা বাঁহৰে নিৰ্মিত মেলেং দ্যা চিবুকৰ যাত্ৰীসকল হৈছে ক্ৰমে ৰিছান দলে, শেখৰ বৰদলৈ আৰু নয়ন বৰদলৈ ৷

The Sibuk Brahmaputra River Rafting Expedition kalibar assam etv bharat news
দ্য চিবুক

কলিয়াবৰ,5 অক্টোবৰ: কলিয়াবৰৰ ঐতিহাসিক হাতীমূৰা দুৰ্গা মন্দিৰৰ পাদদেশৰ লুইতৰ পাৰত দেওবৰীয়া নিশা অতিবাহিত কৰে মেলং দ্যা চিবুকৰ নেতৃত্ব প্ৰদানকাৰী যুৱক তিনিগৰাকীয়ে ৷ উল্লেখ্য যে,এক ব্যতিক্ৰমী পদক্ষেপেৰ ৰিছান দলেৰ নেতৃত্বত মেলেং দ্যা চিবুক নামৰ বাঁহৰ ভূৰখনেৰে ব্ৰহ্মপুত্ৰত দুঃসাহসিক অভিযান আৰম্ভ কৰিছে তিনি যুৱকে ৷ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ অন্ত পৰিব ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দত ৷

তিনি যুৱকৰ ব্যতিক্ৰমী অভিযান

প্ৰকৃতি সংৰক্ষণ, বহনক্ষম পৰ্য‍টন আৰু দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত আৰু সজাগ কৰাৰ উদ্দেশ‍্যে আৰম্ভ কৰা মেলেং যাত্ৰাৰ আজি ষষ্ঠ দিন ৷ মাজুলীৰ কাৰ্তিক চাপৰিৰ পৰা বাঁহৰে নিৰ্মিত মেলেং দ্যা চিবুকৰ যাত্ৰীসকল হৈছে ক্ৰমে ৰিছান দলে, শেখৰ বৰদলৈ আৰু নয়ন বৰদলৈ ৷

লগতে চাওকঃ সামৰিক দিশৰ পৰা যথেষ্ট তাৎপৰ্যপূৰ্ণ অটল সুৰংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.