ETV Bharat / state

কঠিয়াতলীত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ

কঠিয়াতলীত মঙলবাৰে উদ্ধাৰ হৈছে এগৰাকী অৰ্ধনগ্ন মহিলাৰ অচিনাক্ত মৃতদেহ ৷ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত কঠিয়াতলী আৰক্ষী উপস্থিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

author img

By

Published : Jun 16, 2020, 3:34 PM IST

The body of an unidentified woman rescued at kathiatali nagaon assam etv bharat news
অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

বঢ়মপুৰ,16 জুন: নগাঁও জিলাৰ কঠিয়াতলীত উদ্ধাৰ হৈছে এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ ঘটনাৰ বিৱৰণী অনুসৰি,কঠিয়াতলীৰ এটি পথৰ সমীপৰ জিৰণি চ'ৰাত অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি মহিলাগৰাকী কামপুৰৰ বাসিন্দা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে । পৰৱৰ্তী সময়ত ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত কঠিয়াতলী আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

লগতে চাওকঃ ৰঙিয়াৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত মহিলাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.