কলিয়াবৰ, 6 নবেম্বৰ: শান্তি-মৈত্ৰীৰ বাৰ্তাৰে চীন-থাই শিল্পীৰ সপ্তাহযোৰা অসম ভ্ৰমণৰ বুধবাৰে সামৰণি পৰে কলিয়াবৰত । কলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত পৰিৱেশন কৰা গীত-নৃত্য-বাদ্যৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে শিল্পীসকলে ।
কলিয়াবৰ মহাবিদ্যালয়ত চীন-থাইলেণ্ডৰ সাংস্কৃতিক দল - চীন আৰু থাইলেণ্ডৰ বিশ্ববিদ্যালয়ৰ শিক্ষক-ছাত্ৰৰ সাংস্কৃতিৰ দল কলিয়াবৰ মহাবিদ্যালয়ত
সাংবাদিকৰে সৈতে হোৱা মত-বিনিময়ৰ সময়ত চীন আৰু ভাৰতৰ তিক্ততাপূৰ্ণ সম্পৰ্ক অৱসান পৰিব বুলি আশা প্ৰকাশ কৰে চীনৰ শিল্পীসকলে ।
![কলিয়াবৰ মহাবিদ্যালয়ত চীন-থাইলেণ্ডৰ সাংস্কৃতিক দল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4980304-thumbnail-3x2-klbr.jpg?imwidth=3840)
শান্তি-মৈত্ৰীৰ বাৰ্তাৰে চীন-থাই শিল্পীৰ সপ্তাহযোৰা অসম ভ্ৰমণ
কলিয়াবৰ, 6 নবেম্বৰ: শান্তি-মৈত্ৰীৰ বাৰ্তাৰে চীন-থাই শিল্পীৰ সপ্তাহযোৰা অসম ভ্ৰমণৰ বুধবাৰে সামৰণি পৰে কলিয়াবৰত । কলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত পৰিৱেশন কৰা গীত-নৃত্য-বাদ্যৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে শিল্পীসকলে ।
শান্তি-মৈত্ৰীৰ বাৰ্তাৰে চীন-থাই শিল্পীৰ সপ্তাহযোৰা অসম ভ্ৰমণ
শান্তি-মৈত্ৰীৰ বাৰ্তাৰে চীন-থাই শিল্পীৰ সপ্তাহযোৰা অসম ভ্ৰমণ
শান্তি-মৈত্ৰীৰ বাৰ্তাৰে চীন-থাই শিল্পীৰ সপ্তাহযোৰা অসম ভ্ৰমণ
শান্তি-মৈত্ৰীৰ বাৰ্তাৰে চীন-থাই শিল্পীৰ সপ্তাহযোৰা অসম ভ্ৰমণ
Intro:কলিয়াবৰ মহাবিদ্যালত চীন-থাইলেণ্ডৰ সাংস্কৃতিক দল
সাংস্কৃতিক মত-বিনিময়ৰ জৰিয়তে ভাৰত-চীনৰ তিক্ততাপূৰ্ণ সম্পৰ্ক অৱসানৰ আশা প্ৰকাশ চীনা শিল্পীৰBody:শান্তি-মৈত্ৰীৰ বাৰ্তাৰে চীন-থাই শিল্পীৰ সপ্তাহযোৰা অসম ভ্ৰমণ আজি সামৰণী পৰে কলিয়াবৰত। কলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত পৰিৱেশন কৰা গীত-নৃত্য-বাদ্যৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে।
চীন আৰু থাইলেণ্ডৰ বিশ্ববিদ্যালয়ৰ শিক্ষক-ছাত্ৰ সাংস্কৃতিৰ দলটোৱে ভাৰতৰ সৈতে সাংস্কৃতিক মত বিনিময় কাৰ্য্যসূচীৰ অন্তৰ্গত এই অনুষ্ঠানৰ জৰিয়তে সপ্তাহযোৰা ভ্ৰমণসূচী কলিয়াবৰত সামৰণী পেলায়। চীন-থাইলেণ্ডৰ দলটোৰ লগত বিশেষ প্ৰদৰ্শক ৰূপে অহা অসমৰ বিশিষ্ট লোক-সাংস্কৃতিক বিষয়ৰ পাৰদৰ্শী শিল্পী জীনা ৰাজকুমাৰী গোস্বামীৰ বিহুগীতত বিদেশী দলটোৰ শিল্পীসকলে নৃত্য কৰে।
সাংবাদিকৰে সৈতে হোৱা মত-বিনিময়ৰ সময়ত চীন আৰু ভাৰতৰ তিক্ততাপূৰ্ণ সম্পৰ্ক অৱসান কৰিব বুলি আশা প্ৰকাশ কৰে চীনৰ শিল্পসকলে।
অসম ভ্ৰমণ কৰিবলৈ অহা চীন-থাইলেণ্ডৰ সাংস্কৃতিক দলটো আদৰিবলৈ কলিয়বৰ অসমীয়া ভাষা বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰে গুৰুজনাৰ অঙ্কীয়া নাট "ৰাম বিজয় নাট"।Conclusion:visuals
bites