ETV Bharat / state

চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Sep 17, 2020, 10:26 AM IST

নগাঁৱৰ চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ ২৫ মেগা ভ'ল্ট এম্পিৰাত হোৱা এই অগ্নিকাণ্ডই বিদ্যুত যোগানৰ ক্ষেত্ৰত সমগ্ৰ নগাঁও জিলাখনকে প্ৰভাৱান্বিত কৰিব বুলি সন্দেহ প্ৰকাশ কৰিছে শক্তি বিভাগে ৷

Terrible fire at Samaguri Power Grid Service Station
চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত ভয়ংকৰ অগ্নিকাণ্ড

নগাঁও,17 ছেপ্তেম্বৰঃ বিশ্বকৰ্মা পূজাৰ পুৱাই নগাঁৱৰ চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ ২৫ মেগা ভ'ল্ট এম্পিৰাত হোৱা এই অগ্নিকাণ্ডই সমগ্ৰ নগাঁও জিলা প্ৰভাৱান্বিত কৰিব বুলি প্ৰকাশ কৰিছে শক্তি বিভাগে ৷

ইপিনে, বিকল্প ব্যৱস্থা আছে যদিও সমগ্ৰ জিলাখনতে সঘনাই ল'ড চেডিং হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ কথা শক্তি বিভাগৰ তৰফৰ পৰা ব্যক্ত কৰিছে ৷ আনহাতে, অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও শক্তি বিভাগৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলিত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.