ETV Bharat / state

ৰহাত কিশোৰীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণ কৰি হত্যাৰ সন্দেহ - etv bharat assam

মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি শনিবাৰে পুৱা স্থানীয় খলিলুদ্দিন নামৰ যুৱকজনে ফোনযোগে কিশোৰীগৰাকীক ঘৰৰ পৰা মাতি নিয়াৰ পাচতে সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী ৷ কিন্তু বুধবাৰে পথাৰৰ মাজৰ জুপুৰি এটাত প্ৰায় উলংগ অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ ৷

ৰহাৰ বৰুৱাবালিত কিশোৰীক ধৰ্ষণ কৰি হত্যা !
author img

By

Published : May 15, 2019, 1:49 PM IST

ৰহা , 15 মে': ৰহাৰ চাপৰমুখ বৰুৱাবালিত পথাৰৰ মাজত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পথাৰৰ মাজত বৰো ধানৰ খেতিৰ এটা অস্থায়ী জুপুৰিত 13 বছৰীয়া কিশোৰীগৰাকীৰ উলংগ মৃতদেহ উদ্ধাৰ হয় ৷

ৰহাৰ বৰুৱাবালিত কিশোৰীক ধৰ্ষণ কৰি হত্যা !

স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি 13 বছৰীয়া কিশোৰীগৰাকীক খলিল উদ্দিন নামৰ এজন যুৱকে ধৰ্ষণ কৰি হত্যা কৰে ৷ মৃত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি শনিবাৰে পুৱা স্থানীয় খলিলুদ্দিন নামৰ যুৱকজনে ফোনযোগে কিশোৰীগৰাকীক ঘৰৰ পৰা মাতি নিয়াৰ পাচতে সন্ধানহীন হৈ আছিল কিশোৰীগৰাকী ৷ কিন্তু বুধবাৰে পথাৰৰ মাজৰ জুপুৰি এটাত প্ৰায় উলংগ অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷

Intro:ৰহাৰ বৰুৱাবালিত ধৰ্ষণ কৰি হত্যা কিশোৰীক । পথাৰৰ মাজত এটা জুপুৰী ঘৰত উদ্ধাৰ ১৩ বছৰীয়া কিশোৰী গৰাকীৰ উলংগ মৃতদেহ । স্হানীয় খলিল উদ্দিন নামৰ যুৱক এজনে কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ ৰাইজৰ । ঘটনাক লৈ চাঞ্চল্য অব্যাহত ।Body:ৰহাৰ চাপৰমুখ বৰুৱাবালিত পথাৰৰ মাজত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰো ধানৰ খেতিৰ এটা অস্থায়ী জুপুৰিৰ ভিতৰত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহটো স্থানীয় কুলচুমা খাতুন নামৰ যুৱতীগৰাকীৰ বুলি চিনাক্ত কৰা হৈছে। তেৰ বছৰীয়া যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। পৰিয়ালৰ অভিযোগ মতে, শনিবাৰে পুৱা স্থানীয় জনৈক খলিলুদ্দিন নামৰ যুৱকজনে ফোনযোগে পিতৃহীনা কুলচুমাক ঘৰৰ পৰা মাতি আনিছিল আৰু তেতিয়াৰ পৰা কুলচুমাৰ কোনো সন্ধান নাছিল। কিন্তু বুধবাৰে পথাৰৰ মাজৰ জুপুৰিটোত প্ৰায় উলংগ অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

ৰহাৰ পৰা
দিব্য জে বৰঠাকুৰ
Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.