কলিয়াবৰ, 16 ছেপ্টেম্বৰঃ চাহ শ্ৰমিকক বিশ শতাংশ বোনাচ প্ৰদান, চাহ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান আদি চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত সোমবাৰে কলিয়াবৰত ভাৰতীয় চাহ মজদুৰ সংঘই কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ৷ ধৰ্মঘটৰ শেষত সংগঠনটোৱে বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।
বিশ শতাংশ বোনাচঃ ভাৰতীয় চাহ মজদুৰ সংঘৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট - BTMS
বোনাচকে ধৰি চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত কলিয়াবৰত ভাৰতীয় চাহ মজদুৰ সংঘৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ৷
বিশ শতাংশ বোনাচৰ দাবীত ভাৰতীয় চাহ মজদুৰ সংঘৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট
কলিয়াবৰ, 16 ছেপ্টেম্বৰঃ চাহ শ্ৰমিকক বিশ শতাংশ বোনাচ প্ৰদান, চাহ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান আদি চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত সোমবাৰে কলিয়াবৰত ভাৰতীয় চাহ মজদুৰ সংঘই কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ৷ ধৰ্মঘটৰ শেষত সংগঠনটোৱে বিভিন্ন দাবী সম্বলিত স্মাৰকপত্ৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।
Intro:বোনাচকে ধৰি চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ভাৰতীয় চাহ মজদুৰ সংঘৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট
সকলো চাহ বাগিচাতে ২০% পূজা বোনাছৰ দাবীBody:সোমবাৰে প্ৰতিবাদমুখৰ হৈ উঠে ভাৰতীয় চাহমজদুৰ সংঘ নামৰ সংগঠনটো। চাহ শ্ৰমিকক বিশ শতাংশ বোনাচ প্ৰদান, চাহ শ্ৰমিকক ভূমিৰ পট্টন দিয়া আদি চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত সোমবাৰে পালন কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। অৱস্থান ধৰ্মঘটৰ শেষত বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ মহকুমা প্ৰসাশনৰ জৰিয়তে প্ৰেৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ।Conclusion:visual
bite