ETV Bharat / state

হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত গ্ৰীস্মকালীন কৰ্মশালা

author img

By

Published : Jul 4, 2019, 4:48 AM IST

খোল তালৰ শব্দৰে মুখৰিত হ"ল শংকৰদেৱ চিত্ৰকলা বিদ্যালয় ৷

হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত গ্ৰীস্মকালীন কৰ্মশালা

বটদ্ৰৱা,4 জুলাইঃ বটদ্ৰৱাৰ হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত অনুষ্ঠিত হৈছে গ্ৰীস্মকালীন কৰ্মশালা ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত 30 জুনৰ পৰা আৰম্ভ হোৱা এই কৰ্মশালাৰ মূল বিষয়বস্তু হৈছে সত্ৰীয়া নৃত্য,চিত্ৰাংকন আৰু নাটক ৷ কেইবাগৰাকীও বিশিষ্ট পৰিচালকে প্ৰশিক্ষণ আগবঢ়োৱা কৰ্মশালা খনত নগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা অহা ছাত্ৰ - ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ৷ ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালা খনিৰ দেওবাৰে সামৰণি পৰিব । সামৰণি অনুষ্ঠানত নগাঁও বন সংমণ্ডলৰ পৃষ্ঠপোষকতাত বৃহত্তৰ হাতীচোং অঞ্চলত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।

Intro:বটদ্ৰৱাৰ হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত গ্ৰীস্মকালীন কৰ্মশালাৰ  বৰ্ণাঢ্য অনুষ্ঠান। Body:গুৰুজনাৰ অপুৰ্ব সৃষ্টিৰাজি বাদ্য খোল তালৰ শব্দৰে মুখৰিত হ"ল  শংকৰদেৱ চিত্ৰকলা বিদ্যালয়। শংকৰদেৱ চিত্ৰকলা বিদ্যালয় হাতীচোঙৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধিনস্হ বৰদোৱা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত ৩০ জুনৰ পৰা অাৰম্ভ হোৱা কৰ্মশালাৰ মূল বিষয়বস্তু হৈছে সত্ৰীয়া নৃত্য, চিত্ৰাংকন,আৰু নাটক  । কেইবাগৰাকীও বিশিষ্ট পৰিচালকে প্ৰশিক্ষণ আগবঢ়োৱা  কৰ্মশালা খনিত নগাঁও জিলাৰ বিভিন্ন স্থানৰ পৰা অহা ছাত্ৰ - ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৰ্মশালা খনিৰ দেওবাৰে সামৰণি পৰিব। সামৰণি অনুষ্ঠানত নগাঁও বন সংমন্ডলৰ পৃষ্ঠপোষকতাত বৃহত্তৰ হাতীচোং অঞ্চলত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.