ETV Bharat / state

হঠাৎ কামপুৰত কিয় উপস্থিত হ’ল মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম !

author img

By

Published : Nov 12, 2020, 5:20 PM IST

তথ্য বিহীন ভাৱে অভিযোগ উত্থাপন কৰি মন্ত্ৰী গৰাকীক বিপথে পৰিচালিত কৰাত অভিযোগকাৰীক ধমক দি ভৱিষ্যতে এনে কাম নকৰিবলৈ সকিয়াই দিয়ে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ।

sudden visted minister pramilarani bhrama kampur
হঠাৎ কামপুৰত কিয় উপস্থিত হ’ল মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম !

বঢ়মপুৰ,12 নৱেম্বৰঃ নগাঁও জিলাৰ কঠিয়াতলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ২৭৯ নং চামগাঁও অঙনবাড়ী কেন্দ্ৰৰ কৰ্মী গৰাকীয়ে দীৰ্ঘদিন ধৰি অনিয়ম সংঘটিত কৰি অহা বুলি মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মক অভিযোগ দাখিল কৰিছিল একাংশ লোকে । সেই অভিযোগৰ ভিত্তিত মন্ত্ৰীগৰাকী বৃহস্পতিবাৰে কেন্দ্ৰটোত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় ।

ইপিনে তথ্য বিহীন ভাৱে অভিযোগ উত্থাপিত কৰি মন্ত্ৰী গৰাকীক বিপথে পৰিচালিত কৰাত অভিযোগকাৰীক ধমক দি ভৱিষ্যতে এনে কাম নকৰিবলৈ সকিয়াই দিয়ে । ইফালে BTAD নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় "নিৰ্বাচনৰ ফলাফল ভাল হ’ব । নিৰ্বাচনৰ সময়ত সকলোৱে মুখ খোলে । নিৰ্বাচন নাথাকিলে মুখ বন্ধ থাকে ।"

লগতে পঢ়কঃ সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰিলে আলফা (স্বা) উপ-মুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখােৱাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.