ETV Bharat / state

কঠিয়াতলীৰ ৰাজপথত অন্তঃসত্বা মানসিক বিকাৰগ্ৰস্ত মহিলা উদ্ধাৰ

নগাঁও জিলাৰ কঠিয়াতলীত বিকৃত মানসিকতাৰ লোকৰ কামনাৰ বলি হ'ল এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা

author img

By

Published : Apr 9, 2019, 2:20 PM IST

কঠিয়াতলীৰ ৰাজপথত অন্তঃসত্বা মানসিক বিকাৰগ্ৰস্ত মহিলা উদ্ধাৰ

বঢ়মপুৰ , 9 এপ্ৰিল ঃ পুনৰ মানৱ সমাজক লজ্জাজনত কৰা ঘটনা পোহৰলৈ আহিছে নগাঁও জিলাৰ কঠিয়াতলীত ৷ কোনো বিকৃত মানসিকতাৰ লোকৰ কামনাৰ বলি হয় এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা ৷ মহিলা গৰাকী পিচত অন্তঃসত্বা হোৱাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে । অৱশ্যে স্থানীয় লোকৰ খবৰৰ ভিত্তিত নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ লোক উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰে ৷ লগতে মহিলা গৰাকীৰ চিকিৎসাৰ সুব্যৱস্থা কৰাৰ লগতে সম্পূৰ্ণ ভৰণ পোষণৰ দায়িত্ব ল'ব বুলিও সাংবাদিকক আইন সেৱা প্ৰাধিকাৰীয়ে জানিবলৈ দিয়ে ৷

Intro:
কঠিয়াতলী ৰাজপথত অন্ত:সত্বা মানসিক বিকাৰগ্ৰস্ত মহিলাক উদ্ধাৰ।

Anchor= পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনা পোহৰলৈ আহিছে এইখন অসমতে। এইবাৰ ঘটনাৰ স্থান নগাঁও জিলাৰ কঠিয়াতলী । কঠিয়াতলীত নৰাধমৰ কামনাৰ বলি হল এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা । কোনো নৰাধম লম্পদৰ কামনাৰ বলি হোৱা এই মানসিক বিকাৰগ্ৰস্ত মহিলা গৰাকী অন্তঃসত্বা হোৱাতহে উৰহী গছৰ উৰ পোহৰলৈ আহে । এই ঘৃণনীয় কাণ্ডই জোকাৰি গৈছে সমগ্ৰ কঠিয়াতলী অঞ্চল । প্ৰশ্ন হয়, মানৱীয় গুণবোৰ সঁচাকৈ হেৰাই গৈছে নেকি ? এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাৰ ক্ষেত্ৰত এনে জঘন্য কাণ্ড সংঘটিত কৰোতে লম্পদ নৰপিশাচৰ অলপো বেয়া নালাগিলনে? অৱশ্যে, স্থানীয় লোকৰ খৱৰৰ ভিত্তিত নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ লোক উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰি লৈ যায় । লগতে মহিলা গৰাকীৰ চিকিৎসাৰ সুব্যৱস্থা কৰাৰ লগতে সম্পূৰ্ণ ভৰণ পোষণৰ দায়িত্ব লব বুলি সাংবাদিকক জানিবলৈ দিয়ে ।

Body:BYTE-বিষয়া নগাঁও অাইন সেৱা প্ৰাধিকাৰী।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.