ETV Bharat / state

কলিয়াবৰত বিশেষভাৱে সক্ষম লোকক সামগ্ৰী বিতৰণ

author img

By

Published : Dec 6, 2020, 11:01 AM IST

কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত শনিবাৰে শতাধিক বিশেষভাৱে সক্ষম লোকক সাহাৰ্য আৰু সামগ্ৰী বিতৰণ ৷ বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ৷

Specially-Able Beneficiary Aid in kaliabor
কলিয়াবৰত বিশেষভাৱে সক্ষম লোকক সামগ্ৰী বিতৰণ

কলিয়াবৰ,6 ডিচেম্বৰ : শনিবাৰে কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ দ্বাৰা শতাধিক বিশেষভাৱে সক্ষম লোকক সামগ্ৰী বিতৰণ কৰা হয় ৷ সমাজত সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰিবৰ বাবে বিশেষভাৱে সক্ষম লোকৰ মাজত বিতৰণ কৰা হয় এই সাহা‍ৰ্য আৰু সামগ্ৰী ।

কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানৰ জৰিয়তে বিতৰণ কৰা হয় সাহাৰ্য । কেবিনেট তথা ৰাজ্যিক জলসম্পদ বিভাগ মন্ত্ৰী কেশৱ মহন্ত আৰু অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগে সাহাৰ্য বিতৰণৰ শুভাৰম্ভণি কৰে । লগতে মন্ত্ৰী কেশৱ মহন্তই দিব্যাংগসকলৰ প্ৰতি চৰকাৰে গ্ৰহণ কৰা সা-সুবিধাৰ সৱিশেষ বক্তব্য দাঙি ধৰে ।

লগতে পঢ়ক : কলগাছিয়াত কৃষি আইন বাতিলৰ দাবীৰে প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.