ETV Bharat / state

সামাজিক দুৰত্বক ভেঙুচালি কৰি বানাক্ৰান্ত ৰাইজৰ খবৰ ল'লে ৰাজনৈতিক নেতাই

author img

By

Published : Jun 4, 2020, 4:07 PM IST

সামাজিক দুৰত্বক ভেঙুচালি কৰি হাতত টোপোলা লৈ বানাক্ৰান্তৰ মাজত উপস্থিত,বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন ৷ সামাজিক দুৰত্ব নামানি জন সমাগমৰ মাজতে উপ দলপতি গৰাকীয়ে পিন্ধিলে গামোচা,দিলে ভাষণ ৷

social distence disregarded by congress leader rokibul hussain

নগাঁও, 4 জুনঃ হাতত টোপোলা লৈ বানাক্ৰান্তৰ খবৰ ল'বলৈ ভিন্ন প্ৰান্তত উপস্থিত ৰাজনৈতিক নেতাসকল ৷ ৰাজ্যত আনল'ক 1 চলি থকাৰ সময়তে সামাজিক দুৰত্ব অমান্য কৰি বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে,ৰহা সমষ্টিৰ চাংচকী পঞ্চায়তৰ বানপীড়িত লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ ৰাইজক সামাজিক দুৰত্বৰ বিষয়ে বুজনি দি ৰকিবুল হুছেইনে নিজেই ভিৰৰ মাজতে পিন্ধিলে গামোচা ৷ বৰ্তমানৰ চৰকাৰ খনক সমালোচনা কৰি ৰাইজক অহা ২১ৰ নিৰ্বাচনত ইয়াৰ উত্তৰ দিবলৈও প্ৰদান কৰিলে ভাষণ ৷

সামাজিক দূৰত্বক ভেঙুচালি কৰি বানাক্ৰান্ত ৰাইজৰ খবৰ ল'লে ৰাজনৈতিক নেতাই

লগতে পঢ়কঃ বানৰ কবলত পুৰণিগুদামৰ বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.