ETV Bharat / state

মোক গাঁত খান্দি পুতি থওক : এছ আই জোনমণি ৰাভা

এছ আই জোনমণি ৰাভাৰ প্ৰসংগটো ক্ৰমাৎ অধিক চৰ্চাৰ বিষয় হৈ পৰিছে (SI Joonmoni Rabha controversy)৷ দেওবাৰে হঠাৎ নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয় এছ আই জোনমণি ৰাভা । কিন্তু সংবাদ মাধ্যমৰ কেমেৰা দেখি বিমোৰত পৰে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকী ৷ তাৰ পাচতেই সেই স্থানৰ পৰা পলায়ন কৰে জোনমণি ৰাভাই ৷

author img

By

Published : May 29, 2022, 5:13 PM IST

নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত এছ আই জোনমণি ৰাভা

নগাঁও, 29 মে’ : ‘‘মোক গাঁত খান্দি পুতি থওক ৷ নকওঁ মই একো কথা ৷ মোৰ ওপৰত একো গোচৰ নাই ৷ মাজুলীৰ গোচৰৰ সম্বন্ধে তদন্তৰ পাচতহে সকলো গম পাব’’ ৷ দেওবাৰে নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ এই মন্তব্য কৰে এছ আই জোনমণি ৰাভাই (SI Joonmoni Rabha controversy) ৷

উল্লেখ্য যে, দেওবাৰে সাধাৰণ পোচাকত নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হয় এছ আই জোনমণি ৰাভা (SI Joonmoni Rabha at Nagaon police station) । কিন্তু সংবাদ মাধ্যমৰ কেমেৰা দেখি সেই স্থানৰ পৰা পলায়ন কৰে এছ আই জোনমণি ৰাভাই । নিজৰ হ’বলগীয়া স্বামী ৰাণা পগাগক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছিল ৰাণা পগাগৰ সৈতে জোনমণি ৰাভাও প্ৰৱঞ্চনাত জড়িত থকাৰ ন ন তথ্য ।

নগাঁৱত কৰ্মৰত আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ বিৰুদ্ধে মাজুলী আৰক্ষী থানাত ৰুজু কৰা হৈছিল গোচৰ ৷

তাৰ পাছৰ পৰাই ছুটিত আছে বিতৰ্কিত আৰক্ষী বিষয়াগৰাকী । কিন্তু দেওবাৰে হঠাৎ সাধাৰণ পোছাকত উপস্থিত হয় এছ আই জোনমণি ৰাভা । অৱশ্যে ই টি ভি ভাৰতৰ কেমেৰা দেখিয়েই আৰক্ষী থানাৰ পৰা পলায়ন কৰে আৰক্ষী বিষয়া জোনমণি ৰাভাই ।

লগতে পঢ়ক : এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে মুখ খুলিলে মাজুলীৰ এগৰাকী মহিলাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.