ETV Bharat / state

ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত শিশু

author img

By

Published : Feb 22, 2020, 4:31 PM IST

ৰহাত বালিভৰ্তি ট্ৰাকে মহতিয়াই লৈ যায় লক্ষ্যজ্যোতি বৰা নামৰ এটি শিশুক ৷ ঘটনাস্থলীত উপস্থিত আৰক্ষী ৷

roha-Terrible_road accident_death a boy
ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা

নগাঁও,22ফেব্ৰুৱাৰী : ৰহাৰ গান্ধীবড়ীত ভয়ংকৰ দুৰ্ঘটনা । বালিভৰ্তি ট্ৰাকৰ খুন্দাত নিহত প্ৰায় ৭বছৰীয়া এটি শিশু ৷ নিহত শিশুটিৰ নাম লক্ষ্যজ্যোতি বৰা ।ঘটনা অনুসৰি, মৰিগাঁৱৰ পৰা নগাঁও অভিমুখে আহি আছিল বালিভৰ্তি ট্ৰাকখন ৷ ট্ৰাকখনে গান্ধীবড়ীত নিয়ন্ত্ৰণ হেৰুৱাই আৰু চাইকেলেৰে আহি থকা লক্ষ্যজ্যোতি বৰা নামৰ শিশুটিক মহতিয়াই লৈ যায় ৷ যাৰ ফলত থিতাতে নিহত হয় শিশুটি ।

ৰহাত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত শিশু

অধিক খবৰৰ বাবে : আৰক্ষী আৰু পৰিবহন বিভাগৰ সহযোগত বহিঃৰাজ্যলৈ বাৰ্মিজ চুপাৰী সৰবৰাহ

ইফালে,ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.