ETV Bharat / state

নগাঁৱৰ ৰাজপথত দিন ডকাইতি - চোকা অস্ত্ৰৰে আক্ৰমণ

পিষ্টল দেখুৱাই ভাবুকি দি ৰাজপথৰ পৰাই ১ লাখ ২০ হাজাৰ টকা লৈ দিন দুপৰতে উধাও ডকাইত ৷ চোকা অস্ত্ৰৰে আক্ৰমণ বন্ধন বেংকৰ কৰ্মচাৰীক ৷

নগাঁৱৰ ৰাজপথত দিন ডকাইতি
author img

By

Published : Sep 5, 2019, 6:44 PM IST

নগাঁও, 5 চেপ্তেম্বৰঃ নগাঁৱত দিন দুপৰতে সংঘটিত হ'ল ডকাইতিৰ ঘটনা । নগাঁৱৰ মধ্য শিয়ালমাৰীত বন্ধন বেংকৰ কৰ্মচাৰীৰ পৰা ডকাইতৰ দলে লুটি নিলে নগদ ধন । ৰিংকু শইকীয়া নামৰ বন্ধন বেংকৰ কৰ্মচাৰীজনে বেংকৰ ধন সংগ্ৰহ কৰি গৈ থকা সময়ত তিনিজনীয়া ডকাইতৰ দল এটাই পিষ্টল দেখুৱাই ভাবুকি দি লুট কৰি নিয়ে ১ লাখ ২০ হাজাৰ টকা ৷ উল্লেখ্য যে, চোকা অস্ত্ৰৰ আক্ৰমণৰ ফলত সামান্য পৰিমানে আঘাতপ্ৰাপ্তও হয় কৰ্মচাৰীজন ৷ দিন দুপৰতে ৰাজপথৰ পৰা লুট কৰি ডকাইতৰ দল উধাও হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত ।

Intro:নগাঁৱত দিন দুপৰতে ধন লুটৰ ঘটনা। বন্ধন বেংকৰ কৰ্মচাৰীক আক্ৰমণ কৰি লুটি নিলে ১ লাখ ২০ হাজাৰ টকা।

Body:নগাঁৱত দিন দুপৰতে সংঘটিত হল ডকাইতিৰ ঘটনা। নগাঁৱৰ মধ্য শিয়ালমাৰীত বন্ধন বেংকৰ কৰ্মচাৰীৰ পৰা ডকাইতৰ দলে লুটি নিলে নগদ ধন। ৰিংকু শইকীয়া নামৰ বন্ধন বেংকৰ কৰ্মচাৰীজনে বেংকৰ ধন সংগ্ৰহ কৰি গৈ থকা সময়ত তিনিজনীয়া ডকাইতৰ দল এটাই পিষ্টলৰে ভাবুকি দি লুট কৰি নিয়ে ১ লাখ ২০ হাজাৰ টকা। চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হয় কৰ্মচাৰীজনক। দি দুপৰতে ধন লুট কৰি ৰাজপথৰ পৰাই ডকাইতৰ দল উধাও হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত।
bite
--------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৫-৯-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.