- নগাঁৱত ডকাইত বিচাৰি আৰক্ষী-ৰাইজৰ অভিযান
- পিষ্টলসহ দুৰ্ধৰ্ষ ডকাইত আটক কৰিলে ৰাইজে
- বিয়লিৰ পৰা ডকাইত বিচাৰি অভিযান আৰক্ষী আৰু ৰাইজৰ
- টেলিয়াপহুকটাৰ পৰা ৰাইজে আটক কৰে এটা দুধৰ্ষ ডকাইত
- পথাৰৰ কাষৰ জংঘলত লুকাই আছিল ডকাইটটো
- ৰাইজে পিষ্টলসহ আটক কৰে চাহাবুদ্দিন নামৰ ডকাইটটোক
- পিচত উত্তম মধ্যম সোধায় আৰক্ষীক গতাই দিয়ে ডকাইতটোক
- এতিয়াও আন এটা ডকাইতৰ সন্ধানত আভিযআন অব্যাহতনগাঁৱত পিষ্টলসহ ৰাইজে আটক কৰিলে ডকাইত
নগাঁৱত পিষ্টলসহ ৰাইজে আটক কৰিলে ডকাইত - টেলিয়াপহুকটাৰ
টেলিয়াপহুকটাৰ পৰা ৰাইজে আটক কৰে এটা দুধৰ্ষ ডকাইত ৷ পথৰ কাষৰ জংঘলত লুকাই থকা অৱস্থাৰ পৰা আটক কৰে ডকাইতটোক ৷

নগাঁৱত পিষ্টলসহ ৰাইজে আটক কৰিলে ডকাইত
- নগাঁৱত ডকাইত বিচাৰি আৰক্ষী-ৰাইজৰ অভিযান
- পিষ্টলসহ দুৰ্ধৰ্ষ ডকাইত আটক কৰিলে ৰাইজে
- বিয়লিৰ পৰা ডকাইত বিচাৰি অভিযান আৰক্ষী আৰু ৰাইজৰ
- টেলিয়াপহুকটাৰ পৰা ৰাইজে আটক কৰে এটা দুধৰ্ষ ডকাইত
- পথাৰৰ কাষৰ জংঘলত লুকাই আছিল ডকাইটটো
- ৰাইজে পিষ্টলসহ আটক কৰে চাহাবুদ্দিন নামৰ ডকাইটটোক
- পিচত উত্তম মধ্যম সোধায় আৰক্ষীক গতাই দিয়ে ডকাইতটোক
- এতিয়াও আন এটা ডকাইতৰ সন্ধানত আভিযআন অব্যাহতনগাঁৱত পিষ্টলসহ ৰাইজে আটক কৰিলে ডকাইত
Intro:ডকাইত বিচাৰি আৰক্ষী ৰাইজৰ অভিযান। পিষ্টলসহ দুৰ্ধৰ্ষ ডকাইত আটক ৰাইজৰ। Body:নগাঁৱৰ তেলীয়া পশুকটাত উত্তেজনা। বিয়লিৰ পৰা দুই ডকাইত বিচাৰি অভিযান আৰক্ষী, ৰাইজৰ। অৱশেষত টেলিয়াপহুকটাৰ সাধাৰণ ৰাইজে আটক কৰিলে এটা দুধৰ্ষ ডকাইত। পথাৰৰ কাষৰ জংঘলত লুকাই আছিল ডকাইট কেইটা। ৰাইজে প্ৰত্যক্ষ কৰি পিষ্টলসহ আটক কৰিলে চাহাবুদ্দিন নামৰ ডকাইটটোক। ধৃত ডকাইতটোক উত্তম মাধ্যম সোধায় ৰাইজে। আন এটা ডকাইতৰ সন্ধানত অব্যাহত অভিযান।Conclusion: