ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চামগুৰিত পথ সভা

author img

By

Published : Mar 21, 2021, 10:02 PM IST

নগাঁৱত কা ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ পুৰণিগুদাম আঞ্চলিক সমিতিৰ সহযোগত সংগঠনটোৰ অৰ্ধ শতাধিক নেতা-কৰ্মীয়ে 'কা' আইন বাতিলৰ দাবীত বিভিন্ন স্থানত অনুষ্ঠিত কৰিছে 'কা' বিৰোধী পথ সভা ।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চামগুৰিত পথ সভা
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চামগুৰিত পথ সভা

চামগুৰি,21 মাৰ্চ: শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থাই 'কা' ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচতেই এইবাৰ নগাঁও জিলাতো প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ নেতা-কৰ্মীয়ে । পুৰণিগুদাম আঞ্চলিক সমিতিৰ সহযোগত সংগঠনটোৰ অৰ্ধ শতাধিক নেতা-কৰ্মীয়ে 'কা' আইন বাতিলৰ দাবীত চামগুৰি আৰু বঢ়মপুৰৰ বিভিন্ন স্থানত অনুষ্ঠিত কৰিছে 'কা' বিৰোধী পথ সভা ।

এই সভাৰ জৰিয়তে 'কা' আন্দোলনৰ সময়ত চৰকাৰ তথা প্ৰশাসনে ৰাইজৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি সেই ভয়াৱহ স্মৃতি স্মৰণ কৰে ৷ লগতে 'কা' কেতিয়াও মানি লোৱা নহ'ব বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে 'কা' বাতিল কৰাৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক: নাজিৰাত প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.