হোজাই, 9 জুলাই : হোজাই জিলাৰ অন্যতম ব্যৱসায়ী কেন্দ্ৰ হল লংকা চহৰ | কিন্তু লংকা চহৰৰ বজাৰৰ বাট পথৰ অৱস্থা অতি জৰাজীৰ্ণ | মংগলবাৰে সন্ধিয়া সমূহ ব্যৱসায়ীয়ে নিমাৰ্ণৰ দাবীত পথলৈ উলাই আহি বাহ বান্ধি অৱৰোধ কৰে লংকা মাছ বজাৰলৈ যোৱা পথ ৷ প্ৰতিবাদীসকলে লংকা পৌৰ সভা মূৰ্দাৱাদ, বিজু ভট্টাচাৰ্য্য মূৰ্দাৱাদ আদি ধন্নীৰে উত্তাল কৰে প্ৰতিবাদস্থলী ৷ ব্যৱসায়ী সকলে বহু দিন ধৰি পৌৰপতিক বাট পথৰ দূৰৱস্থাৰ বিষয়ে আবেদন দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পৌৰ সভাই ৷
লংকাত ব্যৱসায়ী মহলৰ পথ অৱৰোধ - HOJAI LANKA ROAD BLOCK
লংকাৰ চহৰৰ বজাৰৰ পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে পথলৈ উলাই আহি বজাৰলৈ যোৱা পথ অৱৰোধ কৰে সমূহ ব্যৱসায়ীয়ে
লংকাত ব্যৱসায়ীয়ক মহলৰ পথ অৱৰোধ
হোজাই, 9 জুলাই : হোজাই জিলাৰ অন্যতম ব্যৱসায়ী কেন্দ্ৰ হল লংকা চহৰ | কিন্তু লংকা চহৰৰ বজাৰৰ বাট পথৰ অৱস্থা অতি জৰাজীৰ্ণ | মংগলবাৰে সন্ধিয়া সমূহ ব্যৱসায়ীয়ে নিমাৰ্ণৰ দাবীত পথলৈ উলাই আহি বাহ বান্ধি অৱৰোধ কৰে লংকা মাছ বজাৰলৈ যোৱা পথ ৷ প্ৰতিবাদীসকলে লংকা পৌৰ সভা মূৰ্দাৱাদ, বিজু ভট্টাচাৰ্য্য মূৰ্দাৱাদ আদি ধন্নীৰে উত্তাল কৰে প্ৰতিবাদস্থলী ৷ ব্যৱসায়ী সকলে বহু দিন ধৰি পৌৰপতিক বাট পথৰ দূৰৱস্থাৰ বিষয়ে আবেদন দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পৌৰ সভাই ৷
Intro:পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সমূহ ব্যৱসায়ীয়ে পথলৈ উলাই আহি বজাৰলৈ যোৱা পথ বাহ বান্ধি অৱৰোধ Body:হোজাই জিলাৰ অন্যতম ব্যৱসায়ী কেন্দ্ৰ হল লংকা চহৰ | কিন্তু লংকা চহৰৰ বজাৰৰ বাট পথ দেখিলে আপোনাৰ মোৰ চকু কপালত উঠিব | হয়.. লংকা চহৰৰ পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে আজি মংগলবাৰে সন্ধিয়া সমূহ ব্যৱসায়ীয়ে পথলৈ উলাই আহি লংকা মাছ বজাৰলৈ যোৱা পথ বাহ বান্ধি অৱৰোধ কৰাৰ লগতে লংকা পৌৰ সভা মূৰ্দাৱাদ, বিজু ভট্টাচাৰ্য্য মূৰ্দাৱাদ আদি ধন্নীৰে উত্তাল কৰে | পথ মেৰামতি নকৰালৈকে এনেদৰে পথ অৱৰোধ কৰিৱ বুলি স্থানীয় ব্যৱসায়ীয়ে জানিব দিয়ে| উল্লেখ যে, ব্যৱসায়ী সকলে বহু দিন ধৰি পৌৰ পতিক বাট পথৰ দূৰৱস্হাৰ বিষয়ে আবেদন দিছিল যদিও পৌৰ সভাৰ পৰা কোনো ব্যৱস্হা গ্ৰহণ কৰা পৰিলক্ষিত নহল |উক্ত প্ৰতিবাদত শতাধীক স্থানীয় ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰে |
BYTE: প্ৰতিবাদকাৰী ব্যৱসায়ী 1.2
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
BYTE: প্ৰতিবাদকাৰী ব্যৱসায়ী 1.2
Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam