ETV Bharat / state

চামগুৰিত পথ দুৰ্ঘটনাত নিহত এক

author img

By

Published : Nov 1, 2020, 4:59 PM IST

চামগুৰিত পথ দুৰ্ঘটনা ৷ থিতাহে নিহত এজন লোক ৷ নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত কৰে দুৰ্ঘটনাৰ ৷

Road Accident In Samguri, One Dead
চামগুৰিত পথ দুৰ্ঘটনাঃ নিহত এক

চামগুৰি, 1 নৱেম্বৰ : দেওবাৰে নগাঁও জিলাৰ চামগুৰিত এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাতিত বাগৰি পৰে এখন ট্ৰাক ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক ৷

Road Accident In Samguri, One Dead
চামগুৰিত পথ দুৰ্ঘটনাঃ নিহত এক

তথ্য অনুসৰি, চামগুৰিৰ ৰঙাগড়াত সংঘটিত হয় পথ দুৰ্ঘটনাটো । ইটানগৰৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল ট্ৰাকখন । ট্ৰাকখনত 2 জন লোক আছিল যদিও বিশাল কুমাৰ চাহনি (18) নামৰ এজন লোক থিতাতে নিহত হয় ।

উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ KA 53 B 7071 ৷

লগতে পঢ়ক : ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা দুৰ্নীতিমুক্ত নহয়ঃ চিপিআইএম(এম)

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.