ETV Bharat / state

বুঢ়াপাহাৰত দলঙৰ ৰেলিং ভাগি দ-খাৱৈত গাড়ী

গুৰুতৰভাবে আহত বাহনখনৰ চালক-পৰিচালক, চালকক তেজপুৰ চিকিৎসা মহাবিদ‍্যালয়লৈ প্ৰেৰণ ৷

বুঢ়াপাহাৰত দলঙৰ ৰেলিং ভাগি দ-খাৱৈত গাড়ী
author img

By

Published : Aug 23, 2019, 5:15 AM IST

নগাঁও, 23 আগষ্ট : কলিয়াবৰৰ বুঢ়াপাহাৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দেওচুৰ দলঙত বৃহস্পতিবাৰে নিশা প্ৰায় দহ বজাত সংঘটিত হয় এক দুৰ্ঘটনা । শিলিগুৰিৰ পৰা ডিব্ৰুগড়লৈ মাৰুতি গাড়ী কঢ়িওৱা এন এল 01 এন 1561 নম্বৰৰ এখন বাহন দেওচুৰৰ দলঙত নিয়ন্ত্ৰণ হৰুৱাই ৰেলিং ভাঙি বাগৰি পৰে দ-খাৱৈত । দুৰ্ঘটনাত গাড়ীখনৰ চালকসহ এজন সহকাৰী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ।

বুঢ়াপাহাৰত দলঙৰ ৰেলিং ভাগি দ-খাৱৈত গাড়ী

জখলাবন্ধা আৰক্ষীয়ে ততাতৈয়াকৈ চালক আৰু সহকাৰীজনক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি জখলাবন্ধাৰ চিকিৎসালয়ত ভৰ্তি কৰে । প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৰুতৰভাবে আহত হোৱা বাহনখনৰ চালক সতীশ যাদৱক (37) তেজপুৰ চিকিৎসা মহাবিদ‍্যালয়লৈ প্ৰেৰণ কৰে । আনহাতে সহকাৰী উপেন্দ্ৰ যাদৱ (32) বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা হৈছে । আনহাতে দুৰ্ঘটনাগ্ৰস্ত বাহনখন শুকুৰবাৰে পুৱাহে উদ্ধাৰ কৰিব পৰা যাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

Intro:বুঢ়াপাহাৰৰ দেওচুৰ দলঙৰ ৰেলিং ভাগি মাৰুতি কঢ়িওৱা বৃহৎ বাহন সোমাল দ-খাৱৈত

চালক-পৰিচালক আহত, চালকক তেজপুৰ চিকিৎসা মহাবিদ‍্যালয়লৈ প্ৰেৰণBody:বৃহস্পতিবাৰে নিশা প্ৰায় দহ বজাত বুঢ়াপাহাৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দেওচুৰ দলঙত এক দুৰ্ঘটনা সংঘটিত হয়। শিলিগুৰিৰ পৰা ডিব্ৰুগড়লৈ বুলি মাৰুতি গাড়ী কঢ়িওৱা এন এল ০১ এন ১৫৬১ নম্বৰৰ এক বাহন দেওচুৰৰ দলঙৰ ৰেলিং ভাঙি দ-খাৱৈত পৰেগৈ। ফলত চালক আৰু এজন সহকাৰী আঘাটপ্ৰাপ্ত হয়। জখলাবন্ধা আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীৰ পৰা চালক-সহকাৰীক উদ্ধাৰ কৰি জখলাবন্ধাৰ চিকিৎসালয়ত ভৰ্তি কৰে। প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে গুৰুতৰভাবে আহত হোৱা বাহনখনৰ চালক সতীশ যাদৱক (৩৭) তেজপুৰ চিকিৎসা মহাবিদ‍্যালয়লৈ প্ৰেৰণ কৰিছে। আনহাতে সহকাৰী উপেন্দ্ৰ যাদৱ (৩২) বিপদমুক্ত।
বাহনখনে নিয়ন্ত্ৰণ হৰুৱাই দলঙৰ ৰেলিং ভাঙি দ-খাৱৈত পৰিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। দুৰ্ঘটনাগ্ৰস্ত বাহনখন কাইলৈ পুৱাহে উদ্ধাৰ কৰিব পৰা যাব বুলি আৰক্ষীয়ে জনাইছে।Conclusion:visuals
bite
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.