ETV Bharat / state

ৰাষ্ট্ৰীয় ঘাইপথত অসুস্থ অৱস্থাত থকা গঁড়ৰ মৃত্যু

author img

By

Published : Jul 24, 2020, 8:29 PM IST

Updated : Jul 24, 2020, 9:42 PM IST

17 জুলাইত 37 নং ৰাষ্ট্ৰীয় গাইপথৰ দাতিত অসুস্থ হৈ পৰা গঁড়টোৰ শুকুৰবাৰে মৃত্যু হয় ৷ ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জ দুখুটি কেম্প বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সহযোগিতাত মৃত গড়টো উদ্ধাৰ কৰা হয় ৷

RHINO DEAD IN KAZIRANGA NATIONAL PARK
ৰাষ্ট্ৰীয় ঘাইপথত অসুস্থ অৱস্থাত থকা গঁড়ৰ মৃত্যু

তেজপুৰ,কলিয়াবৰ ২৪ জুলাই : অৱশেষত মৃত্যুক আঁকোৱালী ললে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত শুই থকা গড়টো ৷ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কে কে শৰ্মাৰ নেতৃত্বত চিকিৎসা প্ৰদান কৰাৰ পিচত গঁড়টো কিছু সুস্থ হৈছিল যদিও শুকুৰবাৰে মৃত্যু হয় গঁড়টোৰ ৷

উল্লেখ্য যে,17 জুলাইত 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ বান্দৰডুবিত চকুৰে মণিব নোৱাৰা হৈ আশ্ৰয় গ্ৰহণ কৰিছিল গড়টো ৷ জানিব পৰা মতে,উক্ত দিনাৰ পৰাই ধাৰাবাহিকভাৱে গঁড়টোক চিকিৎসা সেৱা আগবঢ়াই থকা হৈছিল যদিও শুকুৰবাৰে গঁড়টো মৃত্যুৰ মুখত পৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জ দুখুটি কেম্প বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সহযোগিতাত মৃত গঁড়টো উদ্ধাৰ কৰা হয় বুলি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাধিকাৰী ৰমেশ গগৈয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : বঙাইগাঁও জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন সংখ্যালঘু ছাত্ৰ সন্থাৰ

Last Updated : Jul 24, 2020, 9:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.