ETV Bharat / state

নগাঁৱত ৰেপিড এন্টিজেন টেষ্ট : পোহৰলৈ আহিল গণ সংক্ৰমণৰ তথ্য

author img

By

Published : Jul 17, 2020, 9:38 PM IST

Updated : Jul 18, 2020, 6:01 PM IST

নগাঁৱত ১,০৫২ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা । বৰবজাৰৰ পাঁচজনকৈ ব্যৱসায়ীৰ দেহত ক'ভিড-১৯ ৰ অৱস্থিতি ৷

নগাঁৱত ৰেপিড এন্টিজেন টেষ্ট : পোহৰলৈ আহিল গণ সংক্ৰমণৰ তথ্য
নগাঁৱত ৰেপিড এন্টিজেন টেষ্ট : পোহৰলৈ আহিল গণ সংক্ৰমণৰ তথ্য

নগাঁও, 17 জুলাই : মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নগাঁৱত উপস্থিত হৈ আধা ঘণ্টাতে কৰ'ণা পৰীক্ষাৰ ফলাফল লাভ কৰা ৰেপিড এন্টিজেন টেষ্টৰ আৰম্ভণি কৰিবলৈ পৰামৰ্শ দিছিল স্বাস্থ্য বিভাগক । ৰেপিড এন্টিজেন টেষ্টৰ আৰম্ভণিৰ দিনাই নগাঁৱত পোহৰলৈ আহিছে কৰ'ণাৰ গণ সংক্ৰমণৰ দৰে ভয়ংকৰ তথ্য ।

শুকুৰবাৰে ৰেপিড কিটৰ সহায়ত পৰীক্ষা কৰা 18 জন লোকৰ পাঁচজনৰ দেহতে ধৰা পৰিছে ক'ভিড-19 ৰ অৱস্থিতি ৷ ক'ভিড-19 ত আক্ৰান্ত হোৱা নগাঁও চহৰৰ অতি ব্যস্ত বৰবজাৰৰ এই পাঁচজন ব্যৱসায়ীৰ এজনৰো নাই কোনো ভ্ৰমণ বৃত্তান্ত । আক্ৰান্ত ব্যৱসায়ী কেইজন হয়বৰগাঁৱৰ কমলাকান্ত ত্ৰিবেদী,চকীটুপৰ বিশ্বনাথ দে',আমিনপট্টিৰ আব্দুল মালিক,ইছলাম পট্টিৰ মিৰ হুছেইন আৰু কচুলখুৱাৰ বিমল কৰ । নগাঁৱত শুকুৰবাৰ পৰ্যন্ত 1,052 গৰাকীলৈ বৃদ্ধি পাইছে ক'ভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা ।

লগতে পঢ়ক : চৰকাৰী নিৰ্দেশনাক অংগুষ্ঠ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ

Last Updated : Jul 18, 2020, 6:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.