ETV Bharat / state

ৰহাত প্ৰতিবাদকাৰীলৈ গুলীচালনাঃ আহত তিনিজন - ৰহাৰ বিধায়কৰ বাসগৃহলৈ শিলাবৰ্ষণ প্ৰতিবাদকাৰীৰ

ৰহাত কেব প্ৰতিবাদৰ ভয়ংকৰ ৰূপ ৷ শূণ্যলৈ গুলীচালনা আৰক্ষীৰ ৷ ৰবৰ বুলেটৰ গুলীত আহত ৰহাৰ তিনি ব্যক্তি ৷ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ গুলীচালনা ।

RAHA FIRING
ৰহাত প্ৰতিবাদকাৰীলৈ গুলীচালনাঃ
author img

By

Published : Dec 12, 2019, 11:35 PM IST

Updated : Dec 13, 2019, 7:54 AM IST

ৰহা , 12 ডিচেম্বৰ : ৰহাত কেব প্ৰতিবাদৰ ভয়ংকৰ ৰূপ
শূণ্যলৈ গুলীচালনা আৰক্ষীৰ
ৰবৰ বুলেটৰ গুলীত আহত ৰহাৰ তিনি ব্যক্তি
ৰহাৰ বিধায়কৰ বাসগৃহলৈ শিলাবৰ্ষণ প্ৰতিবাদকাৰীৰ
প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ গুলীচালনা
আহত ব্যক্তি কেইজন স্বপন দাস,উপেন দাস আৰু ৰবীন দাস

ৰহা , 12 ডিচেম্বৰ : ৰহাত কেব প্ৰতিবাদৰ ভয়ংকৰ ৰূপ
শূণ্যলৈ গুলীচালনা আৰক্ষীৰ
ৰবৰ বুলেটৰ গুলীত আহত ৰহাৰ তিনি ব্যক্তি
ৰহাৰ বিধায়কৰ বাসগৃহলৈ শিলাবৰ্ষণ প্ৰতিবাদকাৰীৰ
প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ গুলীচালনা
আহত ব্যক্তি কেইজন স্বপন দাস,উপেন দাস আৰু ৰবীন দাস

আৰু পঢ়ক : অগ্নিগৰ্ভা অসম: গোলাঘাটত আৰক্ষীৰ শূণ্যলৈ গুলিচালনা

Intro:Body:

ৰহাত CAB প্ৰতিবাদৰ ভয়ংকৰ ৰূপ ।  শূন্যলৈ গুলীচালনা  আৰক্ষীৰ । প্ৰতিবাদীসকলে ৰহাৰ বিধায়কৰ বাসগৃহৰ ওপৰত শিলাবৰ্ষণ । প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীৰ গুলীচালনা । ৰবৰ বুলেটৰ গুলীত আহত ৰহাৰ স্বপন দাস , উপেন দাস আৰু ৰবীন দাস ।


Conclusion:
Last Updated : Dec 13, 2019, 7:54 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.