ETV Bharat / state

পুৰণিগুদামত পথ দুৰ্ঘটনাত আহত পাঁচ - পুৰণিগুদামত পথ দুৰ্ঘটনা বাতৰি

পুৰণিগুদামৰ কাষৰিগাঁৱত দেওবাৰে নিশা মহিন্দ্ৰা মাৰাঞ্জো আৰু দ্ৰুতবেগী ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত ৷ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰৰ চালক আৰু হেণ্ডিমেন ৷

as_smg_01_1mah_Accident_vis+bite_asc10079
পুৰণিগুদামত পথ দুৰ্ঘটনা
author img

By

Published : Mar 1, 2021, 10:54 AM IST

চামগুৰি,1 মাৰ্চ: পুৰণিগুদামৰ কাষৰিগাঁৱত দেওবাৰে নিশা সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ নগাঁও অভিমুখী অহা মহিন্দ্ৰা মাৰাঞ্জো আৰু দ্ৰুতবেগী ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ৷ প্ৰায় এঘণ্টা ধৰি দুৰ্ঘটনাগ্ৰস্ত মাৰাঞ্জোখনত আৱদ্ধ হৈ থাকে এগৰাকী বৃদ্ধাসহ চালক ৷

স্থানীয় ৰাইজে কুঠাৰেৰে বাহনখন কাটি অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হয় গুৰুতৰভাৱে আহত দুয়োজন ব্যক্তিক । মাৰাঞ্জোখনত অহা আন আহত তিনিজন লোককো সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাটো সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰখনৰ চালক-হেণ্ডিমেন ।

লগতে পঢ়ক-দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.