নগাওঁ,11 ডিচেম্বৰঃ ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছত অধিক উত্তপ্ত হৈ পৰিছে অসমৰ পৰিস্থিতি ৷ বৃহস্পতিবাৰে নিশা নগাঁৱৰ বিষ্ণুনগৰত ৰাইজে দীর্ঘসময় আবদ্ধ কৰি থয় কলংপাৰ এক্সপ্ৰেছ নামৰ ৰেলখন । ক্ষুব্ধ ৰাইজে ৰেলপথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে । ফলত হয়বৰগাঁও ষ্টেচনত আবদ্ধ হৈ থাকে গুৱাহাটী-মৈৰাবাৰী অভিমুখী কলংপাৰ এক্সপ্ৰেছ ৷
লগতে চাওকঃৰাজ্যসভাত গৃহীত হ'ল CAB