কামপুৰ, 8 জুনঃ ৰাজ্য চৰকাৰে আনল'ক এক ঘোষনা কৰাৰ পাছতে পুনৰ আন্দোলনত নামি পৰিছে সংগঠন সমূহ ৷ অখিল গগৈসহ কা আন্দোলনত গ্ৰেপ্তাৰ হোৱা নেতাসকলক বিনাচৰ্তে মুক্তিৰ দাৱীত নগাঁও জিলাৰ কামপুৰত সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি কামপুৰ আঞ্চলিক যুৱ সমাজ আৰু বীৰ লাচিত সেনাকে ধৰি কেইবাটাও সংগঠনে সামাজিক দুৰত্ব বজাই এক প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে ।
লগতে চাওকঃ উত্তৰ পূব কয়লা ক্ষেত্ৰ বন্ধৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত প্ৰতিবাদ