ETV Bharat / state

প্ৰতিশ্ৰুতি নহয়, গেৰাণ্টিৰ সৈতে কলিয়াবৰত প্ৰিয়ংকা গান্ধী

author img

By

Published : Mar 22, 2021, 6:10 PM IST

সোমবাৰে কলিয়াবৰত উপস্থিত হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ শইকীয়াৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ৷ এই উপলক্ষে আয়োজন কৰা সভাত কংগ্ৰেছৰ পাঁচ গেৰাণ্টিৰ কথা পুনৰবাৰ উল্লেখ কৰে প্ৰিয়ংকা গান্ধীয়ে ৷ তেওঁ কয়, বিজেপিয়ে অসমৰ হিতৰ বাবে একো নাভাবে ৷

প্ৰতিশ্ৰুতি নহয়, গেৰাণ্টিৰে কলিয়াবৰত প্ৰিয়ংকা গান্ধী

কলিয়াবৰ,22 মাৰ্চ: মাৰাথন নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী সোমবাৰে উপস্থিত হয় কলিয়াবৰত ৷ কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰশান্ত কুমাৰ শইকীয়াৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷

এই উপলক্ষে আয়োজন কৰা সভাৰ ভাষণত গান্ধীয়ে কংগ্ৰেছৰ পাঁচ গেৰাণ্টিৰ কথা পুনৰবাৰ উল্লেখ কৰে ৷ তেওঁ কয়, বিজেপিয়ে অসমৰ হিতৰ বাবে একো নাভাবে ৷ প্ৰতিশ্ৰুতি নহয়, গেৰাণ্টি দিছো ৷ এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো 100 শতাংশই নিশ্চিত বুলি মন্তব্য প্ৰকাশ কৰে প্ৰিয়ংকা গান্ধীয়ে ৷

উল্লেখ্য যে,প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ সভা উপলক্ষে নলতলিৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত কংগ্ৰেছ কৰ্মী তথা সাধাৰণ ৰাইজৰ বিশাল সমাৱেশ ঘটে ৷ প্ৰিয়ংকা গান্ধীৰ সৈতে এই প্ৰচাৰ সভাত উপস্থিত থাকে সভাত ছত্তিশগড়ৰ মুখ‍্যমন্ত্ৰী ভূপেশ বাঘেল ৷

লগতে পঢ়ক: হোজাইত পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.