ETV Bharat / state

কামপুৰত নগাঁও জিলাৰ প্ৰাক প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীৰ সংবাদমেল - প্ৰাক প্ৰাথমিক শিক্ষকৰ সংবাদমেল

কামপুৰত প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীৰ সংবাদমেল ৷ ১৯৯১ চনৰ পৰা বিনা বেতনেৰে ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাদান ৷ পদসমূহ নিয়মীয়াকৰণ কৰিবলৈ নতুন চৰকাৰ খনলৈ আহ্বান ৷

press-meet-of-primary-teachers-of-nagaon-district-in-kampur
কামপুৰত নগাঁও জিলাৰ প্ৰাক প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীৰ সংবাদমেল
author img

By

Published : Jun 2, 2021, 9:06 PM IST

বঢ়মপুৰ, 2 জুন : কামপুৰত নগাঁও জিলাৰ প্ৰাক প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীৰ সংবাদমেল । ১৯৯১ চনৰ পৰা বিনা বেতনেৰে এই পৰ্যন্ত ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাদান কৰি আহিছে এই শিক্ষক-শিক্ষয়িত্ৰীসকলে । যাৰবাবে পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ শিক্ষা বিভাগে যাৱতীয় নথিপত্ৰ জমা দিবলৈ ২০১৫ বৰ্ষতে বিজ্ঞাপন প্ৰকাশ কৰিছিল ৷

কামপুৰত নগাঁও জিলাৰ প্ৰাক প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীৰ সংবাদমেল

উল্লেখ্য যে, যাৱতীয় নথিপত্ৰ জমা দিয়াৰ পাছত পূৰ্বৰ চৰকাৰৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পদসমূহ নিয়মীয়াকৰণ কৰা হ'ব বুলি আশ্বাস দিছিল । কিন্তু বৰ্তমানলৈকে পদসমূহ নিয়মীয়াকৰণ নকৰাত ক্ষোভ প্ৰকাশ কৰি শিক্ষকসকলে নতুন চৰকাৰ খনলৈ আহ্বান জনাইছে যাতে তেওঁলোকৰ পদসমূহ নিয়মীয়াকৰণ কৰি দূৰ্ভগীয়া পৰিয়াল সমূহক উদ্ধাৰ কৰে ৷

লগতে পঢ়ক : কেতিয়া সম্পূৰ্ণ হৈ উঠিব টীয়কৰ ফ’ৰলেনযু্ক্ত পথ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.