নগাঁও, ১৩ মাৰ্চ :বিজেপিৰ সৈতে মিত্ৰতা হোৱাৰ পাচত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী জনে মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,মিত্ৰতা সন্দৰ্ভত সম্পূৰ্ণ জ্ঞাত নহয় মহন্ত।
মিত্ৰতা সন্দৰ্ভত জ্ঞাত নহয় মহন্তঃ প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল
পুনৰ বিবেচনা কৰি অগপই অকলে যুঁজিব লাগে লোকসভা নিৰ্বাচনত
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল
নগাঁও, ১৩ মাৰ্চ :বিজেপিৰ সৈতে মিত্ৰতা হোৱাৰ পাচত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী জনে মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,মিত্ৰতা সন্দৰ্ভত সম্পূৰ্ণ জ্ঞাত নহয় মহন্ত।
মিত্ৰতা সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মন্তব্য। পুনৰ বিবেচনা কৰি অগপই অকলে যুঁজিব লাগে লোকসভা নিৰ্বাচনত।
অৱশেষত অগপ বিজেপিৰ মিত্ৰতা চূড়ান্ত হল। মিত্ৰতা প্ৰসংগত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদ মেল। মিত্ৰতা সন্দৰ্ভত সম্পূৰ্ণ অজ্ঞাত মহন্ত। আঞ্চলিকতাবাদৰ স্বাৰ্থত বিভাজন নহয় অগপ। মিত্ৰতা সন্দৰ্ভত পুনৰ দলৰ মজিয়াত আলোচনা কৰি লোকসভা নিৰ্বাচনত অগপই অকলে যুঁজাটো প্ৰয়োজন। মহন্তক ৰাজ্যপাল দিয়া প্ৰসংগত মহন্তৰ মন্তব্য। জাতীয় স্বাৰ্থৰ গৈ মই ৰাজ্যপাল বিচৰা নাই।
bite.
-------------------