ETV Bharat / state

নগাঁৱত ৰাষ্ট্ৰীয় পোষণ মাহৰ পুৰস্কাৰ বিতৰণ সভাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

author img

By

Published : Sep 30, 2019, 11:39 PM IST

‘ঘৰে ঘৰে পুষ্টিকৰ খাদ্যৰ প্ৰচাৰ কৰিব লাগিব অংগনবাদী কৰ্মী সহায়িকাই’ নগাঁৱত মন্তব্য প্ৰমিলা ৰাণী ব্ৰহ্মৰ

নগাঁৱত ৰাষ্ট্ৰীয় পোষণ মাহৰ পুৰস্কাৰ বিতৰণ সভাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম

নগাওঁ, 30 ছেপ্টেম্বৰঃ নগাওঁ জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় ৰাষ্ট্ৰীয় পোষণ মাহ ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম ৷ ঘৰে ঘৰে পুষ্টিকৰ খাদ্যৰ প্ৰচাৰ কৰিব লাগিব অংগনবাদী কৰ্মী সহায়িকাই। নগাঁৱত এই মন্তব্য প্ৰমিলা ৰাণী ব্ৰহ্মৰ ৷

মন্ত্ৰীগৰাকীয়ে পুষ্টিকৰ খাদ্য সন্দৰ্ভত চাহ বাগিচা আৰু চৰ অঞ্চলত বিশেষ গুৰুত্ব দিয়াৰ সমান্তৰালকৈ নগৰ অঞ্চলতো এই প্ৰচাৰ চলোৱাৰ কথা উল্লেখ কৰে ৷ পুষ্টিকৰ খাদ্যভ্যাসে প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ সংখ্যা হ্ৰাস কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখযোগ্য যে, এই প্ৰচাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে প্ৰেৰণ কৰা পত্ৰ সকলো বিষয়া কৰ্মচাৰীলৈ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ৷ নগাঁৱত অনুষ্ঠিত হোৱা পোষণ মাহৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানত জিলা উপায়ুক্ত যাদৱ শইকীয়াও উপস্থিত থাকে ৷

Intro:ঘৰে ঘৰে পুষ্টিকৰ খাদ্যৰ প্ৰচাৰ কৰিব লাগিব অংগনবাদী কৰ্মী সহায়িকাই। নগাঁৱত মন্তব্য প্ৰমিলা ৰাণী ব্ৰক্ষ্মৰ।

Body:এতিয়া সমাজ কল্যান বিভাগৰ থিম হব হৰ ঘৰ পোষণ অভ্যাস। ঘৰে ঘৰে পুষ্টিকৰ খাদ্যৰ অভ্যাস কৰিবলৈ প্ৰচাৰ কৰিব লাগিব অংগনৱাদী কৰ্মী সহায়িকাই। সোমবাৰে নগাঁৱত এই মন্তব্য কৰে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষ্মই। নগাওঁ জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত ৰাষ্ট্রীয় পোষণ মাহ ২০১৯ ৰ পুৰস্কাৰ বিতৰণ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষ্মই পুষ্টিকৰ খাদ্য সন্দৰ্ভত চাহ বাগিচা আৰু চৰ অঞ্চলত বিশেষ গুৰুত্ব দিয়া বুলি উল্লেখ কৰে। সমান্তৰালকৈ নগৰ অঞ্চলতো এই প্ৰচাৰ চলোৱাৰ কথা উল্লেখ কৰে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষ্মই। ঘৰে খাদ্য অভ্যাসৰ প্ৰচাৰে প্ৰসতি আৰু নৱজাতকৰ মৃত্যুৰ সংখ্যা হ্ৰাস কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। এই প্ৰচাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে প্ৰেৰণ কৰা পত্ৰ সকলো বিষয়া কৰ্মচাৰীলৈ প্ৰেৰণ কৰিছে মন্ত্ৰী প্ৰমিলাই। নগাঁৱত অনুষ্ঠিত হোৱা পোষণ মাহৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানত জিলা উপায়ুক্ত যাদৱ শইকীয়াও উপস্থিত থাকে।
bite-
-----------------/-------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
৩০-৯-১৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.