ETV Bharat / state

নিৰ্বাচনৰ পূৰ্বে জুবিনৰ ‘ৰাজনীতি’

author img

By

Published : Feb 20, 2021, 1:35 PM IST

ন ৰূপত কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ ৰাজনীতি শীৰ্ষক চিনেমাক লৈ ব্যস্ত নৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ ৷ এই অসমীয়া ছবি খনৰ শ্বুৃটিঙৰ বাবে কামপুৰত দেখা গৈছে কণ্ঠশিল্পী জুবিন গাৰ্গক ৷

কামপুৰৰ কপিলী নদীত কি কৰিছে জুবিন গাৰ্গে ?

বঢ়মপুৰ, 20ফেব্ৰুৱাৰী: নিৰ্বাচনৰ পূৰ্বেই আহিব ‘ৰাজনীতি’ ৷ ৰাজনীতিক লৈ ব্যস্ত কণ্ঠশিল্পী জুবিন গাৰ্গ ৷ শনিবাৰে পুৱাৰ পৰাই ৰাজনীতিৰ কামত কামপুৰৰ আলি-গলিয়ে দেখা গৈছে জনপ্ৰিয় কণ্ঠ শিল্পী গৰাকীক ৷ পুৱাৰ পৰাই ব্যস্ততাৰ অন্ত নাই কণ্ঠ শিল্পী গৰাকীৰ ৷ কিন্তু বৰ্তমান চৰ্চালৈ অহা এয়া কি ৰাজনীতি ?

প্ৰকৃততে ৰাজনীতি হৈছে এখন নতুন অসমীয়া চিনেমা ৷ এই ৰাজনীতি শীৰ্ষক চিনেমা খনক লৈ ব্যস্ত হৈ পৰিছে কণ্ঠ শিল্পী জুবিন গাৰ্গ ৷ এগৰাকী সাংবাদিকৰ ৰূপত দেখিবলৈ পোৱা যাব শিল্পী গৰাকীক ৷ যাৰ বাবে এই অসমীয়া ছবি খনৰ চ্যুটিঙৰ বাবে কামপুৰত দেখা গৈছে কণ্ঠশিল্পী জুবিন গাৰ্গক ৷ কামপুৰৰ কপিলী নদীৰ ঠাণ্ডা পানীত সাঁতুৰি অভিভূত হৈ পৰিছে এই গৰাকী জনপ্ৰিয় শিল্পী ৷

নিৰ্বাচনৰ আগে আগে মুক্তি লাভ কৰিব লগা জুবিন গাৰ্গৰ নতুন ছবি ‘ৰাজিনীতি’ত কামপুৰৰ বহু কেই গৰাকী ন-পুৰণি অভিনেতাই অভিনয় কৰিবলৈ সুবিধা লাভ কৰিছে ৷ এই ছবি খনক লৈ বহু আশাবাদী কলা কুশলী তথা শিল্পী জুবিন গাৰ্গ ৷

লগতে পঢ়ক: বৰপেটাৰোডত উন্মোচন স্বামী বিবেকানন্দৰ ১৮ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.