ETV Bharat / state

লক ডাউন উলংঘা কৰি ৰাজপথত কি কৰিলে চাওক - কঠোৰ হোৱা দেখা গ'ল আৰক্ষী

বিনা কাৰণত ঘৰৰ পৰা ওলাই অহা বিভিন্ন জনক উচিত শিক্ষা দিলে নগাঁও আৰক্ষীয়ে ৷

Police taken step against rule breaker at Hojai
লক ডাউন উলংঘাকাৰী ৰাজপথতে উচিত শিক্ষা হোজাই আৰক্ষীৰ
author img

By

Published : Apr 22, 2020, 1:40 PM IST

নগাঁও, 22 এপ্ৰিল: দ্বিতীয় পৰ্যায়ৰ লক ডাউন চলি থকাৰ সময়তে মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গ'ল লক ডাউন উলংঘা কৰাৰ দৃশ্য ৷ হোজাইত লক ডাউন উলংঘা কৰি বিনা কাৰণত ঘৰৰ পৰা ওলাই অহা বিভিন্ন জনক উচিত শিক্ষা দিলে আৰক্ষীয়ে ৷ হোজাই জিলাৰ বিভিন্ন স্থানত চলা আৰক্ষীৰ অভিযানতলক ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গ'ল আৰক্ষী ৷

লক ডাউন উলংঘাকাৰী ৰাজপথতে উচিত শিক্ষা হোজাই আৰক্ষীৰ

লগতে পঢ়কঃ টিংখাঙত সুলভ মূল্যৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.