ETV Bharat / state

মহাজোঁটৰ প্ৰাৰ্থী এতিয়া অসন্তুষ্ট...কিয় ক’লে পীযুষে ?

author img

By

Published : Apr 24, 2021, 9:58 AM IST

হোটেলত ৰখাক কেন্দ্ৰ কৰি অসন্তুষ্ট মহাজোঁটৰ প্ৰাৰ্থী । নগাঁৱত শুকুৰবাৰে এই বিস্ফোৰক মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ।

piyus-hajarika-on-horse-trading
মহাজোঁটৰ প্ৰাৰ্থী এতিয়া অসন্তুষ্ট বুলি কিয় কলে পিযুষে ?

নগাঁও,24 এপ্ৰিল: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে শুকুৰবাৰে নগাঁৱত উপস্থিত হোৱা মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিলে কেইবাটাও বিস্ফোৰক মন্তব্য । প্ৰাৰ্থীক হোটেলত ৰাখি মহাজোঁটে নাটক আৰম্ভ কৰা বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে পীযুষ হাজৰিকাই ৷ তদুপৰি হোটেলত ৰখাক কেন্দ্ৰ কৰি একাংশ প্ৰাৰ্থীয়েই অসন্তুষ্ট বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই ।

সংবাদ মাধ্যমৰ সন্মুখত পীযুষ হাজৰিকাৰ বিস্ফোৰক মন্তব্য

অৱশ্যে দুই-এজন প্ৰাৰ্থীয়ে ভালকৈ খাদ্য গ্ৰহণ আৰু থাকিবলৈ পোৱা বাবে ভালে পাইছে বুলিও কংগ্ৰেছৰ নেতাসকলক কটাক্ষ কৰে মন্ত্ৰী গৰাকীয়ে ৷ এইবাৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দাবী কৰি মিত্ৰজোঁটৰ হৰ্ছ ট্ৰেডিঙৰ প্ৰয়োজনেই নহয় বুলিও প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

লগতে পঢ়ক: ক'ভিডৰ ভয়াৱহ সংক্ৰমণ: তৎপৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.