নগাঁও, 22 চেপ্তেম্বৰ: নগাঁৱত তীব্ৰ বেগী বাহনে মহ'তিয়াই নিয়াত এগৰাকী পথচাৰী গুৰুতৰভাৱে আহত হয় ৷ নগাঁৱৰ কচুৱা মাধৱপাৰাত এই দুৰ্ঘটনা সংঘটিত হৈছে ৷ জানিব পৰা মতে নগাঁও অভিমুখী এখন তীব্ৰ বেগী টাটা এচি বাহনে মাধৱপাৰাৰ হজৰত আলী নামৰ লোকজনক মহতিয়াই নিয়ে ৷ ঘটনা স্থলিত কচুৱা আৰক্ষী উপস্থিত হৈ সংকট জনক অৱস্থাত আহত আলিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা বাহন খন পলায়ন কৰাৰ অভিযোগ। পলায়ন কৰা বাহন খনৰ নম্বৰ AS02BC-1469.
লগতে পঢ়ক: অসমত 4.4 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি
তীব্ৰ বেগী বাহনে মহতিয়ালে পথচাৰীক - তীব্ৰ বেগী টাটা এচি
তীব্ৰ বেগী বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আহত এজন পথচাৰী ৷ এখন টাটা এচি বাহনে পথচাৰী জনক মহতিয়াই নিয়ে ৷ নগাঁৱৰ কচুৱা মাধৱপাৰাত এই দুৰ্ঘটনা সংঘটিত হয় ৷ ঘটনা সংঘটিত কৰিয়ে বাহন খনৰ পলায়ন ৷