বটদ্ৰৱা , 16 নৱেম্বৰ : জীৱনৰ প্ৰাৰম্ভণিতেই প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা এগৰাকী কিশোৰীৰ কাহিনী শুনিলে চকুৰ লোটক টুকিব আপুনিও ৷ কিশোৰী গৰাকীৰ নাম জয়শ্ৰী বৰা ৷ ঘৰ নগাঁও জিলাৰ বটদ্ৰৱাৰ ন- মাটিত ৷ জন্মৰে পৰা এটা চকু আৰু এখন কাণ বিকল জয়শ্ৰীৰ ৷ ক্ৰমাৎ সক্ষম চকুটোৰো দৃষ্টি শক্তি হেৰুৱাব ধৰিছে ৷ আৰ্থিক ভাৱে জুৰুলা পৰিয়ালটোৰ জীয়ৰী জয়শ্ৰীয়ে জীয়াই থকাৰ অদম্য হেঁপাহ মনত পুহি ৰাখিছে যদিও বৰ্তমান ঘৰৰ ভিতৰতে বিছনাখনক সংগী কৰি দিন কটাবলগীয়া হৈছে ৷ এই সন্দৰ্ভত চাওক আমাৰ এক প্ৰতিবেদন -
আৰু পঢ়ক : শিৱসাগৰত ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস'