ETV Bharat / state

নগাঁৱত বৃদ্ধি পাইছে উত্তীৰ্ণৰ হাৰ... - হাইমাদ্ৰাছা পৰীক্ষা

ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল

নগাঁৱত বৃদ্ধি উত্তীৰ্ণৰ হাৰ
author img

By

Published : May 15, 2019, 7:26 PM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল-

  • আঠ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ স্থান লাভেৰে উজ্বলিল নগাঁও
  • এইবেলি নগাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ উত্তীৰ্ণৰ হাৰ ৫৬.৩৪ শতাংশ
  • প্ৰথম বিভাগত উত্তীৰ্ণ ৩৬৮০ গৰাকী, দ্বিতীয় বিভাগত ৪৫৩৯ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৫০৭৫ গৰাকী ছাত্ৰ-ছাত্ৰী
  • পৰীক্ষাত নগাঁৱৰ পৰা অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ২৩৫৯৪ গৰাকী ছাত্ৰ-ছাত্ৰী
  • বিগত বৰ্ষত নগাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিল ৪৮.৬০
    নগাঁৱত বৃদ্ধি উত্তীৰ্ণৰ হাৰ

হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল-

  • নগাঁৱত হাইমাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৬৪.৯৭ শতাংশ
  • প্ৰথম বিভাগত উত্তীৰ্ণ ৩৮ গৰাকী, দ্বিতীয় বিভাগত ২৩৮ গৰাকী, তৃতীয় বিভাগত উত্তীৰ্ণ হয় ৬৩৮ গৰাকী ছাত্ৰ-ছাত্ৰী
  • হাইমাদ্ৰাছাত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৯৮২ গৰাকী ছাত্ৰ ছাত্ৰী

Intro:নগাঁৱত বিগত বর্ষতকৈ বৃদ্ধি হৈছে উত্তীৰ্ণৰ হাৰ। অভিবক্ত নগাওঁ জিলাত আঠ গৰাকীকৈ ছাত্ৰ ছাত্ৰীৰ স্থান লাভেৰে মুঠ উত্তীৰ্ণৰ হাৰ ৫৬.৩৪ শতাংশ।

Body:বুধবাৰে ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নগাওঁ জিলাত মুঠ ২৩৫৯৪ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হোৱাৰ সমান্তৰালকৈ হাইমাদ্ৰাছাত অৱতীৰ্ণ হৈছিল ৯৮২ গৰাকীকৈ ছাত্ৰ ছাত্ৰী। হাইস্কুলত ১৩২৯৪ গৰাকী উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰ ৫৬.৩৪। ইয়াৰে প্ৰথম বিভাগত ৩৬৮০ গৰাকী, দ্বীতীয় বিভাগত ৪৫৩৯ আৰু তৃতীয় বিভাগত ৫০৭৫ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। হাইমাদ্ৰাছাত মুঠ ৯৮২ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগত ৩৮ , দ্বীতীয় বিভাগত ২৩৮, তৃতীয় বিভাগত ৬৩৮ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়। নগাঁৱত হাইমাদ্ৰাছাৰ মুঠ উত্তীৰ্ণৰ হাৰ ৬৪.৯৭ শতাংশ। উল্লেখযোগ্য যে বিগত বৰ্ষত নগাঁৱত হাইস্কুলৰ উত্তীৰ্ণৰ হাৰ আছিল ৪৮.৬০ । হোজাই জিলাৰ এগৰাকী ছাত্ৰৰ লগতে নগাঁৱৰ মুঠ সাতগৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে স্থান দখল কৰাৰ সমান্তৰালকৈ বৃদ্ধি হোৱা উত্তীৰ্ণৰ হাৰে উৎফুল্লিত কৰিছে নগাওঁবাসীৰ জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক।
----------------------------------------------------------------------
ৰকিবুল ওৱাহিদ, নগাওঁ
১৫-৫-২৯

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.