ETV Bharat / state

কামপুৰ ৰে'ল ষ্টেচনত যাত্ৰীৰ কৰুণ মৃ্ত্য়ু - যাত্ৰীৰ শোকাৱহ মৃত্যু

হায়দৰাবাদৰ পৰা ৰেলযোগে নিজ গৃহলৈ গৈ থকা অৱস্থাত মৃত্যু ঘটে বিপুল কলিতা নামৰ লোকজন ৷

কামপুৰ ৰে'ল ষ্টেচনত যাত্ৰীৰ কৰুণ মৃ্ত্য়ু
author img

By

Published : Sep 10, 2019, 11:10 PM IST

  • কামপুৰ ৰেল ষ্টেচনত যাত্ৰীৰ শোকাৱহ মৃত্যু ৷
  • মৃত্যু হোৱা যাত্ৰীগৰাকী বিপুল কলিতা বুলি চিনাক্ত ৷
  • শাৰিৰীকভাৱে অসুস্থ হৈ পৰা কলিতাৰ ষ্টেচনতে মৃত্যু ঘটে ৷
  • হায়দৰাবাদৰ পৰা ৰে'লযোগে আহি আছিল কলিতা ৷
  • নিহত কলিতাৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে ৷
  • ৰে'লকৰ্মীৰ সহযোগত কামপুৰ চিকিৎসালয়লৈ নিয়া হৈছিল কলিতাক ৷
  • চিকিৎসকে মৃত ঘোষণা কৰে বিপুল কলিতাক ৷

Intro:কামপুৰ ৰে'ল ষ্টেচনত অঘটন।ৰে'ল যাত্ৰীৰ কৰুণ মৃত্যু।

Anchor =কামপুৰ ৰে'ল ষ্টেচনত অঘটন।ৰে'ল যাত্ৰীৰ কৰুণ মৃত্যু। জানিব পৰা মতে হায়দৰাবাদৰ পৰা ব্ৰহ্মপুত্ৰ ৰে'লত অাহি থকা অৱস্থাতে অসুষ্ঠ হৈছিল তিনিচুকীয়াৰ বিপুল কলিতা নামৰ লোকজন। অসুষ্ঠতাৰ বাবে কামপুৰ ৰে'ল ষ্টেচনত কামপুৰলৈ অহা এজন ৰেল যাত্ৰীয়ে লোকজনক নমায় আনে । পিছত ৰেল কৰ্মচাৰীয়ে চিকিৎসা বাবে১০৮ এম্ব'লেঞ্চৰ সহায়ত বিপুল কলিতাক কামপুৰ FRUলৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষনা কৰে ।

Body:Byte =ৰেলযাত্ৰী

বঢ়মপুুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.