টদ্ৰৱা, 17 জুন : বটদ্ৰৱাৰ ডুমডুমীয়া পুঠিমাৰীত অঘটন ৷ উজুটি খাই এজনৰ মৃত্যু হয় এজন লোকৰ ৷ পথেৰে গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা ৷ ডুমডুমীয়া বজাৰৰ পৰা ঘৰলৈ উভতি গৈ আছিল লোকজন ৷ মৃত লোকজন পুঠিমাৰী গাঁৱৰ আহেদ আলী ৷ মৃত্যুৰ সময়ত লোকজনৰ পত্নী, পুত্ৰ কন্যা আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় ।
বটদ্ৰৱাত উজুতটি খাই মৃত্যু এজনৰ - মৃত্যু
পথেৰে গৈ থকা অৱস্থাত সংঘটিত অঘটন ৷ উজুতি খাই মৃত্যু এজন লোকৰ ৷
বটদ্ৰৱাত উজুতি খাই মৃত্যু এজনৰ
টদ্ৰৱা, 17 জুন : বটদ্ৰৱাৰ ডুমডুমীয়া পুঠিমাৰীত অঘটন ৷ উজুটি খাই এজনৰ মৃত্যু হয় এজন লোকৰ ৷ পথেৰে গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা ৷ ডুমডুমীয়া বজাৰৰ পৰা ঘৰলৈ উভতি গৈ আছিল লোকজন ৷ মৃত লোকজন পুঠিমাৰী গাঁৱৰ আহেদ আলী ৷ মৃত্যুৰ সময়ত লোকজনৰ পত্নী, পুত্ৰ কন্যা আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় ।
Intro:বটদ্ৰৱাৰ ডুমডুমীয়া পুঠিমাৰীত অঘটন ৷ উজুতি খাই এজনৰ মৃত্যু ৷Body:বটদ্ৰৱা ডুমডুমীয়াৰ পুঠিমাৰীত অঘটন । পথেৰে গৈ থকা অৱস্থাত উজুটি খাই মৃত্যু এজনৰ । মৃতলোকজন পুঠিমাৰী গাৱঁৰ আহেদ আলী ৷৬০ বছৰীয়া লোক জনে ডুমডুমীয়া বজাৰৰ পৰা ঘৰলৈ উভতি গৈ থকা অৱস্থাতেই সংঘটিত হয় এই ঘটনা ৷ লোক জনৰ মৃত্যুত সমগ্র ডুমডুমীয়াতেই শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত লোক জনৰ পত্নী , পুত্ৰ কন্যা সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।___________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion: